ডিব্ৰুগড়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডিব্ৰুগড়
—  নগৰ/মহকুমা  —
ডিব্ৰুগড়
ডিব্ৰুগড়ৰ অৱস্থান
অসম আৰু ভাৰত
স্থানাঙ্ক 27°29′N 95°00′E / 27.48°N 95°E / 27.48; 95
দেশ  ভাৰত
ৰাজ্য অসম
জিলা ডিব্ৰুগড়
জনসংখ্যা 1,38,661[1] (2011)
লিঙ্গ অনুপাত 1000/925[1] /
সময়াঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স. +০৫:৩০)
মাটিকালি

উচ্চতা


108 m (354 ft)

ৱেবছাইট www.dibrugarh.nic.in

ডিব্ৰুগড় অসমৰ অন্যতম বৃহৎ চহৰ আৰু ডিব্ৰুগড় জিলাৰ সদৰ। ডিব্ৰুগড় অসমৰ পূৱ প্ৰান্তত অৱস্থিত । ডিব্ৰুগড়ক 'ভাৰতৰ চাহ নগৰী' বুলি জনা যায় ।[2] ডিব্ৰুগড় নগৰ অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা ৩৪৯ কিলোমিটাৰ (২৭৩ মাইল) পূৱত অৱস্থিত। ডিব্ৰুগড় নগৰ উত্তৰ-পূৱ ভাৰতৰ যোগাযোগ, উদ্যোগ তথা স্বাস্থ্য সেৱাৰ কেন্দ্ৰ।


তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 "Dibrugarh City Population Census 2011". census2011.co.in. http://www.census2011.co.in/census/city/189-dibrugarh.html। আহৰণ কৰা হৈছে: December 05, 2011. 
  2. অসম পৰ্যতন
অসমৰ নগৰ-মহানগৰ
জিলাৰ নাম নগৰ-মহানগৰ
ওদালগুৰি ওদালগুৰিটংলা
কৰিমগঞ্জ কৰিমগঞ্জবদৰপুৰ
কাছাৰ লক্ষীপুৰশিলচৰ
কামৰূপ ৰঙিয়াপলাশবাৰী
কামৰূপ মহানগৰ গুৱাহাটীউত্তৰ গুৱাহাটী
কাৰ্বি আংলং ডিফুডকমোকাহাওৰাঘাটবোকাজানহামৰেণডংকামোকাম
কোকৰাঝাৰ কোকৰাঝাৰগোঁসাইগাঁও
গোলাঘাট গোলাঘাটদেৰগাঁওবোকাখাতসৰুপথাৰবৰপথাৰ
গোৱালপাৰা গোৱালপাৰালক্ষীপুৰ, গোৱালপাৰা
চিৰাং বাসুগাঁওবিজনী
ডিব্ৰুগড় ডিব্ৰুগড়নাহৰকটীয়াচাবুৱামৰাণ
ডিমা হাছাও হাফলংউমৰাংচুমাহুৰমাইবং
তিনিচুকীয়া তিনিচুকীয়াডিগবৈডুমডুমামাকুমমাৰ্ঘেৰিটা
দৰং মঙ্গলদৈখাৰুপেটীয়াছিপাঝাৰ
ধুবুৰী ধুবুৰীগৌৰীপুৰসাপটগ্ৰামবিলাসীপাৰাচাপৰ
ধেমাজি ধেমাজীচিলাপথাৰ
নগাঁও নগাঁওকামপুৰৰহাডবকাহোজাইলামডিংলংকা
নলবাৰী নলবাৰীটিহু
বঙাইগাঁও বঙাইগাওঁঅভয়াপুৰী
বৰপেটা বৰপেটাবৰপেটা ৰোডহাউলীসৰ্থেবাৰী
বাক্সা
মৰিগাঁও মৰিগাঁও
যোৰহাট যোৰহাটমৰিয়নিতিতাবৰটীয়ক
লখিমপুৰ উত্তৰ লখিমপুৰবিহপুৰীয়ানাৰায়ণপুৰ
শিৱসাগৰ শিৱসাগৰশিমলুগুৰিআমগুৰিনাজিৰাসোণাৰিমৰাণহাট
শোণিতপুৰ তেজপুৰঢেকীয়াজুলিৰঙাপাৰাগহপুৰবিশ্বনাথ চাৰিআলি
হাইলাকান্দি হাইলাকান্দিলালা