ডিব্ৰুগড় জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডিব্ৰুগড় জিলা
—  জিলা  —
অসমত ডিব্ৰুগড় জিলাৰ অৱস্থান
ভৌগলিক স্থানাংক: 27°29′N 95°00′E / 27.483°N 95°E / 27.483; 95স্থানাংক: 27°29′N 95°00′E / 27.483°N 95°E / 27.483; 95
ৰাজ্য অসম
দেশ ভাৰত
আসন Dibrugarh
মাটিকালি
 - মুঠ 3,381 কি.মি. (1,305.4 বৰ্গ মাইল)
জনসংখ্যা (2011)
 - মুঠ 13,27,748
 - জনঘনত্ব 392.7/কি.মি. (1,017.1/বৰ্গ মিটাৰ)
সময় অঞ্চল IST (গ্ৰী.মা.স.+05:30)
আই এচ অ’ ৩১৬৬ কোড IN-AS-DI
ৱেবছাইট http://dibrugarh.gov.in/

ডিব্ৰুগড় ভাৰতৰ উত্তৰ-পূবত অৱস্থিত অসম ৰাজ্যৰ এখন জিলা। ইয়াৰ চাৰিসীমা হ'ল উত্তৰে ধেমাজি জিলা , দক্ষিণে শিৱসাগৰ জিলা আৰু অৰুণাচল প্ৰদেশ, পূবে তিনিচুকীয়া জিলা , আৰু পশ্চিমে শিৱসাগৰ জিলা৷ ইয়াৰ সদৰ স্থানৰ নামো ডিব্ৰুগড়। জিলাখনৰ মাটিকালি প্ৰায় ৩৩৮১ বৰ্গ কি:মি:।


সূচী

ডিব্ৰুগড় নামৰ উৎপত্তি[সম্পাদনা কৰক]

ভৌগোলিক অৱস্থিতি[সম্পাদনা কৰক]

ডিব্ৰুগড় জিলা ২৭o ৫' ৩৮ উত্তৰৰ পৰা ২৭o ৪২' ৩০ উত্তৰ অক্ষাংশ আৰু ৯৪o ৩৩' ৪৬ পূৱৰ পৰা ৯৫o ২৯'৮ পূৱ দ্ৰাঘিমাংশ লৈকে বিস্তৃত । ইয়াৰ চাৰিসীমা হ'ল উত্তৰে ধেমাজি জিলা , দক্ষিণে শিৱসাগৰ জিলা আৰু অৰুণাচল প্ৰদেশ, পূবে তিনিচুকীয়া জিলা , আৰু পশ্চিমে শিৱসাগৰ জিলা৷ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে জিলাখনৰ উত্তৰ সীমা প্ৰায় ৯৫ কিলোমিটাৰলৈ বিস্তৃত হৈ আছে ।

জলবায়ু[সম্পাদনা কৰক]

জনগাঁথনি[সম্পাদনা কৰক]

বুৰঞ্জী[সম্পাদনা কৰক]

ভাষা[সম্পাদনা কৰক]

অসমীয়া হ'ল প্ৰধান ভাষা ।

মাটিকালি[সম্পাদনা কৰক]

মুঠ জনসংখ্যা[সম্পাদনা কৰক]

২০০১ চনৰ লোকপিয়ল অনুসৰি ডিব্ৰুগড়ৰ জনসংখ্যা ১০২৫২৩ জন । ইয়াৰে ৫৪ শতাংশ পুৰুষ আৰু ৪৬ শতাংশ মহিলা ।

জনবসতিৰ ঘনত্ব[সম্পাদনা কৰক]

সাক্ষৰতাৰ হাৰ[সম্পাদনা কৰক]

ডিব্ৰুগড় জিলাৰ সাক্ষৰতাৰ হাৰ হ'ল পুৰুষ ৮২% আৰু মহিলা ৮০% (২০০১ চনৰ লোকপিয়ল মতে )

জিলাৰ সদৰ ডিব্ৰুগড়

মহকুমা[সম্পাদনা কৰক]

ডিব্ৰুগড় জিলাৰ মহকুমা হ'ল ডিব্ৰুগড় ।

ডিব্ৰুগড়ৰ উল্লেখযোগ্য[সম্পাদনা কৰক]

ডিব্ৰুগড় জিলাৰ উল্লেখযোগ্য-

  1. ডিব্ৰুগড় বিশ্ববিদ্যালয়: উজনি অসমৰ প্ৰথম বিশ্ববিদ্যালয় হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়৷ ১৯৬৫ চনতে স্থাপিত বিশ্ববিদ্যালয়খন ৰাজাভেটাত অৱস্থিত আৰু ডিব্ৰুগড় সদৰৰ পৰা প্ৰায় ৫ (পাঁচ) কিলোমিটাৰ নিলগত অৱস্থিত৷ বিশ্ববিদ্যালয়ৰ বিশেষ তথ্য এই ৱেবছাইটত উপলব্ধ-www.dibru.ac.in/
  2. অসম চিকিৎসা মহাবিদ্যালয়: অসম ৰাজ্যৰ তিনিখন অন্যতম চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় অন্যতম৷ ডিব্ৰুগড় সদৰৰ পৰা প্ৰায় ৬ কিলোমিটাৰ নিলগত অৱস্থিত চিকিৎসা মহাবিদ্যালয়খনে উজনি অসমৰ ৰাইজৰ স্বাস্থ্যসেৱাত উল্লেখযোগ্য বৰঙনি যোগাইছে৷ পোনপ্ৰথমে বেৰীহোৱাইট মেডিকেল কলেজ নামেৰ জনাজাত (১৯০০ চন) মহাবিদ্যালয়খন ১৯৪৭ চনৰ ৩ নৱেম্বৰত স্থাপিত হৈছিল৷


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]


<