অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ১৬ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।[1] 'ত'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ত' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।

স্বৰবৰ্ণৰ লগত যোগ হ'লে[সম্পাদনা কৰক]

স্বৰবৰ্ণ 'ত'ৰ লগত যোগ হ'লে
তা
তি
তী
তু
তূ
তৃ
তে
তৈ
তো
তৌ

যুক্তবৰ্ণ (ত যোগ)[সম্পাদনা কৰক]

ত্ + ত = ত্ত = বৃত্ত
ত্ + থ = ত্থ = উত্থান
ত্ + ন = ত্ন = ৰত্ন
ত্ + ব = ত্ব = তত্ব
ত্ + ম = ত্ম = আত্মা
ত্ + য = ত্য = সত্য
ত্ + ৰ = ত্ৰ = মিত্ৰ
ত্ + ৰ + উ = ত্ৰু = শত্ৰু

'ত'ৰে আৰম্ভ শব্দ[সম্পাদনা কৰক]

তথ্যসংগ্ৰহ[সম্পাদনা কৰক]

  1. xobdo.org search result of ব্যঞ্জন বৰ্ণ