তাজমহল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তাজমহল
স্থানীয় নাম: ताज महल
তাজমহলৰ দক্ষিণভাগ
তাজমহলৰ দক্ষিণভাগ
অৱস্থান: আগ্ৰা, ভাৰত
স্থানাংক: 27.8°0′0″N 78.0°0′0″W / 27.8°N 78°W / 27.8; -78
উন্নয়ন: ১৭১ মি (৫৬১ ফুট)
নিৰ্মান: 1632 - 1653[উদ্ধৃতিৰ প্ৰয়োজন]
স্থাপত্য: ওস্তাদ আহমেদ লাহৌৰি
স্থাপত্য নীতি: মোগল
পৰিদৰ্শন: More than 3 million (2003)

ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থান

ধৰণ: সাংস্কৃতিক
বিচাৰধাৰা: i
মনোনীত হৈছে: ১৯৮৩ (7th session)
তথ্যসূত্ৰ #: 252
ষ্টেট পাৰ্টি:  ভাৰত
অঞ্চল: এছিয়া মহাদেশ
তাজমহল is located in India
{{{alt}}}
Located in western Uttar Pradesh, India


তাজমহল (হিন্দীত: ताज महल, উৰ্দুত: تاج محل) ভাৰতৰ আগ্ৰাত অৱস্থিত এটা ৰাজকীয় সমাধিক্ষেত্ৰ। মোগল সম্ৰাট ছাহজাহানে তেওঁৰ পত্নী আৰজুমান্দ বানু বেগম, যিগৰাকী মুমতাজ মহল নামে পৰিচিত, তেওঁৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে এই অপূৰ্ব সৌধটি নিৰ্মাণ কৰিছিল। সৌধটি নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল ১৬৩২ খৃষ্টাব্দত আৰু সম্পূৰ্ণ হৈছিল প্ৰায় ১৬৪৮ খৃষ্টাব্দত। সৌধটিৰ নক্সা কোনে কৰিছিলে এই প্ৰশ্নৰ অনেক বিতৰ্ক থাকিলেও, এইটো পৰিষ্কাৰ যে শিল্প-নৈপুণ্যসম্পন্ন এদল নক্সাকাৰক আৰু কাৰিকৰে সৌধটি নিৰ্মাণ কৰিছিলে যিসকল ওস্তাদ আহমেদ লাহৌৰিৰ লগত আছিল, যিজন তাজমহলৰ মূল নক্সাকাৰক হোৱাৰ বেছি দাবীদাৰ।[1]

তাজমহলক (তাজ নামেৰেও জনাজাত) মোগল স্থাপত্যশৈলীৰ এটি আকৰ্ষণীয় নিদৰ্শন হিচাপে পৰিগণিত হৈছে। ইয়াৰ নিৰ্মাণশৈলীত পাৰস্য, তুৰস্ক, ভাৰতীয় আৰু ইছলামী স্থাপত্যশিল্পেৰ সংমিশ্ৰণ ঘটাই নিৰ্মান কৰা হৈছে। যদিও কেৱল মাৰ্বলৰে গম্বুজাকৃতি ৰাজকীয় সমাধিটো বেছি সমাদৃত, তাজমহল প্ৰকৃততে সামগ্ৰিকভাৱে এক জটিল অখণ্ড স্থাপত্য। এইটো ১৯৮৩ চনত ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থান হিচাপে তালিকাভুক্ত কৰা হৈছিল। তেতিয়া কোৱা হৈছিল "universally admired masterpiece of the world's heritage।"[1]

তাজমহল নিৰ্মানৰ ইতিহাস[সম্পাদনা কৰক]

ছাহজাহান, যিজনে তাজমহল নিৰ্মাণ কৰিছিল

১৬৩১ খৃষ্টাব্দত মোগল সাম্ৰাজ্যৰ সমৃদ্ধশালী সম্ৰাট ছাহজাহানে তেওঁৰ দ্বিতীয় পত্নী মুমতাজ মহলৰ মৃত্যুত গভীৰভাৱে শোকাহত হৈ পৰে। মুমতাজ মহলে তেতিয়া তেওঁৰ চতুৰ্দশ কন্যা সন্তান গৌহৰ বেগমক জন্ম দিয়ে মৃত্যুবৰণ কৰিছিল।[2]

তাজমহলৰ নিৰ্মাণৰ কাম মুমতাজৰ মৃত্যুৰ পাছে পাছেই আৰম্ভ কৰা হয়। মূল সমাধিটো ১৬৪৮ খৃষ্টাব্দত সম্পূৰ্ণ হয় আৰু ইয়াৰ চৌপাশৰ মহল আৰু বাগান পাঁচ বছৰ পিছত তৈয়াৰ হয়। ১৬৬৩ খৃষ্টাব্দত আগ্ৰা ভ্ৰমণ কৰা ফৰাছী পৰ্যটক ফ্ৰান্সিস বেৰনিয়াৰে (François Bernier) লিখিছিলে:

I shall finish this letter with a description of the two wonderful mausoleums which constitute the chief superiority of Agra over Delhi. One was erected by Jehan-guyre [sic] in honor of his father Ekbar; and Chah-Jehan raised the other to the memory of his wife Tage Mehale, that extraordinary and celebrated beauty, of whom her husband was so enamoured it is said that he was constant to her during life, and at her death was so affected as nearly to follow her to the grave[3].

অসমীয়া অনুবাদ:

দুটা বিস্ময়কৰ সমাধিৰ বিৱৰণ দি মই/ চিঠিখন শেষ কৰিম যিটোয়ে আগ্ৰাক দিল্লীতকৈয়ো শ্ৰেষ্ঠ কৰিছে; এইটো নিৰ্মাণ কৰিছিলে সম্ৰাট জাহাঙ্গীৰে তেওঁৰ পিতা আকবৰৰ সম্মানত আৰু অন্যটো সম্ৰাট ছাহজাহানে তেখেতৰ পত্নীৰ স্মৰণত তৈয়াৰ কৰিছিল "তাজমহল", যিটো অসাধাৰণ সৌন্দৰ্য্যৰ অধিকাৰী, স্বামী তেওঁৰ পত্নীৰ শোকত ইমানেই ম্ৰিয়মান যে পত্নীয়ে জীৱনকালত যেনেদৰে তেওঁৰ লগত আছিল, মৰণৰ পাছটো তেওঁ পত্নীৰ কবৰৰ ওচৰতেই থাকিব।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 UNESCO advisory body evaluation
  2. www.pbs.org
  3. François Bernier "Letter to Monsieur de la Mothe le Vayer. Written at Dehli [sic] the first of July 1663" Travels in the Moghul Empire A.D. 1657-1668 (Westminster: Archibald Constable & Co.) 1891 p293

অধিক পঢ়ক[সম্পাদনা কৰক]

  • Asher, Catherine B. Architecture of Mughal India New Cambridge History of India I.4 (Cambridge University Press) 1992 ISBN 0-521-26728-5
  • Bernier, Françoi' Travels in the Moghul Empire A.D. 1657-1668 (Westminster: Archibald Constable & Co.) 1891
  • Carroll, David (1971). The Taj Mahal, Newsweek Books ISBN 0-88225-024-8
  • Chaghtai, Muhammad Abdullah Le Tadj Mahal d'Agra (Inde). Histoire et description (Brussells: Editions de la Connaissance) 1938
  • Copplestone, Trewin. (ed). (1963). World architecture - An illustrated history. Hamlyn, London.
  • Gascoigne, Bamber (1971). The Great Moguls, Harper & Row
  • Havel, E.B. (1913). Indian Architecture: Its Psychology, Structure and History, John Murray
  • Kambo, Muhammad Salih Amal-i-Salih or Shah Jahan Namah Ed. Ghulam Yazdani (Calcutta: Baptist Mission Press) Vol.I 1923. Vol. II 1927
  • Koch, Ebba (in English ভাষাত) (Paperback). The Complete Taj Mahal: And the Riverfront Gardens of Agra (First সম্পাদনা). Thames & Hudson Ltd. পৃষ্ঠা. 288 pages. ISBN 0-500-34209-1. 
  • Lahawri, 'Abd al-Hamid Badshah Namah Ed. Maulawis Kabir al-Din Ahmad and 'Abd al-Rahim under the superintendence of Major W.N. Lees. (Calcutta: College Press) Vol. I 1867 Vol. II 1868
  • Lall, John (1992). Taj Mahal, Tiger International Press
  • Rothfarb, Ed (1998). In the Land of the Taj Mahal, Henry Holt ISBN 0-8050-5299-2
  • Saksena, Banarsi Prasad History of Shahjahan of Dihli (Allahabad: The Indian Press Ltd.) 1932
  • Stall, B (1995). Agra and Fathepur Sikri, Millennium
  • Stierlin, Henri [editor] & Volwahsen, Andreas (1990). Architecture of the World: Islamic India, Taschen
  • Tillitson, G.H.R. (1990). Architectural Guide to Mughal India, Chronicle Books


বাহ্যিক সংযোগ[সম্পাদনা কৰক]