তিতাবৰ
অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
| তিতাবৰ | |
| স্থানাঙ্ক | |
| দেশ | |
| ৰাজ্য | অসম |
| জিলা | যোৰহাট |
| সময়াঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স. ০৫:৩০) |
তিতাবৰ হৈছে অসমৰ যোৰহাট জিলাৰ এখন নগৰ । ২০০১ চনৰ লোকপিয়ল অনুসৰি তিতাবৰ চহৰৰ জনসংখ্যা ৭৮৪০ জন[1]। যোৰহাটৰ পৰা ২০ কি:মি: আঁতৰত অৱস্থিত তিতাবৰ বিশেষকৈ ধান উত্পাদনৰ কৰণে বিখ্যাত। এছিয়াৰ ভিতৰতে ডাঙৰ 'ধান গৱেষণা কেন্দ্ৰ' ইয়াতেই অৱস্থিত। তিতাবৰ মহকুমাৰ সদৰ ঠাই। এই নগৰৰ লেখত ল'বলগীযা প্ৰতিষ্ঠানসমূহ হ'ল - বুনিয়াদি প্ৰশিক্ষণ মহাবিদ্যালয়, ৰেচম মহাবিদ্যালয় আদি।
[সম্পাদনা কৰক] তথ্যসূত্ৰ
- ↑ "ভাৰতৰ ২০০১ চনৰ লোক গননা". http://web.archive.org/web/20040616075334/www.censusindia.net/results/town.php?stad=A&state5=999. Retrieved নৱেম্বৰ ২২ ২০০৬.