এই প্ৰবন্ধটো the municipality in Indiaৰ বিষয়ে। its namesake districtৰ বাবে
Tinsukia district চাওক।
তিনিচুকীয়া (ইংৰাজী: Tinisukia) অসমৰ এখন মুখ্য নগৰ আৰু পৌৰসভা অঞ্চল। ই অসমৰ এক মুখ্য উদ্যোগিক নগৰ। তিনিচুকীয়া জিলাৰ সদৰ। চহৰখনৰ পুৰণি নাম বেংমৰা যি মটক ৰাজ্যৰ ৰাজধানী আছিল। তিনিচুকীয়া নামৰ উৎপত্তি চহৰখনৰ পশ্চিমত থকা তিনিকোণীয়া নামৰ তিনিটা চুক থকা পুখুৰী এটাৰ পৰা হৈছে। ১৮৮৪ চনত ডিব্ৰু-শদিয়া ৰেলপথ প্ৰতিস্থাৰ পাছত চহৰখনৰ প্ৰভূত আৰ্থ-সামাজিক পৰিবৰ্ত্তন হ'বলৈ লয়।
-
-
A View of the Dibru River
-
|
|
|
| থোৰতে |
|
|
|
| ৰাজধানী |
|
|
| জিলা |
|
|
| মহকুমা |
|
|
| মুখ্য নগৰ |
|
|