তিল কপৌ
অসমীয়া ৱিকিপিডিয়াৰ পৰা
| তিল কপৌ (Spotted Dove) |
|
|---|---|
| টাছমেনিয়াত S. c. tigrina উপ-প্ৰজাতিৰ তিল কপৌ]]) | |
| সংৰক্ষণ স্থিতি | |
| জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| জগৎ/ৰাজ্য: | Animalia |
| পৰ্ব: | Chordata |
| শ্ৰেণী: | Aves |
| বৰ্গ: | Columbiformes |
| পৰিয়াল: | Columbidae |
| গণ: | Spilopelia |
| প্ৰজাতি: | S. chinensis |
| বৈজ্ঞানিক নাম | |
| Spilopelia chinensis (Scopoli, 1768) |
|
| Subspecies | |
|
|
| সমাৰ্থক | |
|
|
তিল কপৌ (ইংৰাজী: Spotted Dove, বৈজ্ঞানিক নাম: Spilopelia chinensis) সৰু আকাৰৰ এবিধ কপৌজাতীয় চৰাই৷ দক্ষিণ-পূব এছিয়া তথা ভাৰত উপমহাদেশৰ ই এবিধ থলুৱা চৰাইৰ প্ৰজাতি৷ ইয়াক সাধাৰণতে বনাঞ্চল সমূহত দেখা যায় যদিও নগৰীয়া অঞ্চলতো ই বহুলভাৱে বিস্তৃত৷
সূচী |
বিৱৰণ [সম্পাদনা কৰক]
তিল কপৌৰ দেহৰ মূৰ আৰু পেট অংশ মুগা-গুলপীয়া (rosy grey) হয়৷ ডেউকা দুখন মটিয়া৷ ডিঙিৰ ওপৰঅংশত ক’লা-বগাকৈ সৰু সৰু কিন্তু গাঢ় দাগ কিছুমান আছে৷[2][3]
বিতৰণ তথা বসতিস্থল [সম্পাদনা কৰক]
এছিয়াৰ প্ৰায় সকলো অংশতে তিল কপৌ বহুলভাৱে বিস্তৃত৷ ই সাধাৰণতে কাঠনি (woodland), কাইঁটীয়া হাবি (scrub), খেতি-পথাৰ (farmland) আদিত বসবাস কৰা দেখা পোৱা যায় ৷ তিল কপৌৱে বেছিভাগ সময় মাটিত চৰি ফুৰে৷[4]
আচৰণ [সম্পাদনা কৰক]
তিল কপৌৱে জোৰ পাতি বা সৰু জাকত গুটি, সৰা ফল বা অন্যান্য উদ্ভিদৰ সন্ধানত মাটিত চৰে[5] [6] মাজেসময়ে অৱশ্যে ইহঁতে পোক-পতংগ আদিও খোৱাৰ তথ্য পোৱা গৈছে৷[7]
আলোকচিত্ৰ [সম্পাদনা কৰক]
তথ্য সংগ্ৰহ [সম্পাদনা কৰক]
- ↑ BirdLife International (2011). "Stigmatopelia chinensis". IUCN Red List of Threatened Species. Version 2009. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106002503। আহৰণ কৰা হৈছে: 29 January 2009.
- ↑ Baker, EC Stuart (1913). 203-213 Indian pigeons and doves. প্ৰকাশক London: Witherby & Co.. http://archive.org/stream/indianpigeonsdov00bake#page/203/mode/1up 203-213.
- ↑ Blanford, WT (1898). The Fauna of British India. Birds. Volume 4. প্ৰকাশক London: Taylor and Francis. পৃষ্ঠা. 43–44. http://archive.org/stream/birdsindia04oaterich#page/43/mode/1up.
- ↑ Handbook of the birds of India and Pakistan. Volume 3 (2 সম্পাদনা). প্ৰকাশক New Delhi: Oxford University Press. 1981. পৃষ্ঠা. 151–155.
- ↑ Sadedin SR; Elgar MA (1998). "The influence of flock size and geometry on the scanning behaviour of spotted turtle doves, Streptopelia chinensis". Australian Journal of Ecology খণ্ড 23 (2): 177–180. doi:10.1111/j.1442-9993.1998.tb00715.x.
- ↑ Satheesan SM; Rao, Prakash; Datye, Hemant (1990). "Biometrics and food of some doves of the genus Streptopelia". J. Bombay Nat. Hist. Soc. খণ্ড 87 (3): 452–453.
- ↑ Sivakumaran N; Rahmani AR (2005). "Spotted Dove Streptopelia chinensis feeding on winged termites". Journal of the Bombay Natural History Society খণ্ড 102 (1): 115.
বাহ্যিক সংযোগ [সম্পাদনা কৰক]
| ৱিকিমিডিয়া কমন্সত ‘Streptopelia chinensis’ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |