তেজপুৰ লোকসভা সমষ্টি (ইংৰাজী: Tezpur Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।
তেজপুৰ লোকসভা সমষ্টিত তলত উল্লেখিত বিধান সভা সমষ্টিসমূহ আছে [1]:
- ঢেঁকীয়াজুলি বিধানসভা সমষ্টি
- বৰচলা বিধানসভা সমষ্টি
- তেজপুৰ বিধানসভা সমষ্টি
- ৰঙাপাৰা বিধানসভা সমষ্টি
- চতিয়া বিধানসভা সমষ্টি
- বিশ্বনাথ বিধানসভা সমষ্টি
- বিহালী বিধানসভা সমষ্টি
- গহপুৰ বিধানসভা সমষ্টি
- বিহপুৰীয়া বিধানসভা সমষ্টি
| ক্ৰম |
বৰ্ষ |
প্ৰাৰ্থী |
দল |
| ১ |
১৯৫৭ |
বিজয় চন্দ্ৰ ভাগৱতী |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ২ |
১৯৬২ |
বিজয় চন্দ্ৰ ভাগৱতী |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৩ |
১৯৬৭ |
বিজয় চন্দ্ৰ ভাগৱতী |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৪ |
১৯৭১ |
কমলা প্ৰসাদ আগৰৱালা |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৫ |
১৯৭৭ |
পূৰ্ণ নাৰায়ণ সিন্হা |
জনতা দল |
| ৬ |
১৯৮৪ |
বিপিনপাল দাস |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৭ |
১৯৯১ |
স্বৰূপ উপাধ্যায় |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৮ |
১৯৯৬ |
ঈশ্বৰ প্ৰসন্ন হাজৰিকা |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৯ |
১৯৯৮ |
মণি কুমাৰ চুব্বা |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১০ |
১৯৯৯ |
মণি কুমাৰ চুব্বা |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১১ |
২০০৪ |
মণি কুমাৰ চুব্বা |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১২ |
২০০৯ |
যোচেফ তপ্প' |
অসম গণ পৰিষদ |