দক্ষিণ মহাসাগৰ
অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
দক্ষিণ মহাসাগৰ বা এণ্টাৰ্কটিক মহাসাগৰ (ইংৰাজী: Southern Ocean)হৈছে পৃথিৱীৰ দক্ষিণ প্ৰান্তত অৱস্থিত মহাসাগৰ। ইন্টাৰনেচনেল হাইড্ৰোগ্ৰাফিক অৰগানাইজেছনে এন্টাৰ্কটিকা মহাদেশক আবৰি ৰখা বিশাল জলৰাশিকে দক্ষিণ মহাসাগৰ ৰূপে চিহ্নিত কৰিছে। সেই অনুসৰি এই মহাসাগৰখন ৬০° দক্ষিণ অক্ষাংশৰ পৰা এন্টাৰ্কটিকা মহাদেশক আবৰি অৱস্থান কৰি আছে।
দক্ষিণ মহাসাগৰৰ মুঠ ক্ষেত্ৰফল ২,০৩,২৭,০০০ বৰ্গ কিলোমিটাৰ, আৰু উপকূলৰ দৈৰ্ঘ্য ১৭,৯৬৮ কিলোমিটাৰ। আকাৰৰ তুলনাত পাঁচ মহাসাগৰৰ ভিতৰত ইয়াৰ স্থান চতুৰ্থ।
[সম্পাদনা কৰক] বহিঃসংযোগ
- Oceanography Image of the Day, from the Woods Hole Oceanographic Institution
- The CIA World Factbook's entry on the Southern Ocean
- The Fifth Ocean from Geography.About.com
- NOAA In-situ Ocean Data Viewer Plot and download ocean observations
- NOAA FAQ about the number of oceans
| ৱিকিমিডিয়া কমন্সত ‘দক্ষিণ মহাসাগৰ’ বিষয় সংক্ৰান্তত মিডিয়া আছে। |
|
|
||||||||