দিলীপ কুমাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা


Dilip Kumar

Dilip Kumar in 2006
জন্ম Muhammad Yusuf Khan
ডিচেম্বৰ ১১, ১৯২২
Peshawar, British India, now in Khyber Pakhtunkhwa, Pakistan
বাসগৃহ Mumbai, India
ৰাষ্ট্ৰীয়তা Indian
বংশদ্ভূত Pashtun[1][2][2]
পেচা Film actor
Producer
Politician
সক্ৰিয় হৈ থকা সময় 1944–1998
দাম্পত্যসঙ্গী Saira Banu (1966 - present)
Asmaa (1982)
বঁটা, সন্মান, পুৰস্কাৰ আদি Padma Bhushan
Dadasaheb Phalke Award
Nishan-e-Imtiaz

দিলীপ কুমাৰ (ইংৰাজী: Dilip Kumar; প্ৰকৃত নাম মহম্মদ ইউচুফ খান) ভাৰতীয় চলচ্চিত্ৰ জগতৰ এগৰাকী প্ৰসিদ্ধ অভিনেতা। দিলীপ কুমাৰৰ জন্ম হৈছিল ১৯২২ চনৰ ১১ ডিচেম্বৰত। ট্ৰেজেদী কিং’ নামেৰে প্ৰসিদ্ধ[3] অভিনেতাজনৰ কেৰিয়াৰৰ প্ৰথম ছবি আছিল ১৯৪৪ চনৰ ‘জোৱাৰ ভাটা’। নায়ক হিচাপে ছটা দশকত ৬০খনৰো ওপৰত ছবিত অভিনয় কৰা দিলীপ কুমাৰ পদ্মবিভূষণ (১৯৯১), দাদাচাহেব ফাল্কে বঁটা (১৯৯৪) আদিৰে বিভূষিত হৈছে[4][5]। ১৯৯৮ চনত দ্বৈত ভূমিকাত অভিনয় কৰা ‘কিলা’ ছবিখনেই আছিল দিলীপ কুমাৰৰ জীৱনৰ শেষ ছবি। এসময়ৰ মোহময়ী অভিনেত্ৰী ছায়েৰা বানুৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা দিলীপ কুমাৰ বৰ্তমান মুম্বাইৰ লীলাৱতী হাস্পতালত শ্বাসপ্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ আছে। তেখেতৰ বৰ্তমান বয়স ৯১ বছৰ[কেতিয়া ?]। দিলীপ কুমাৰে অভিনয় কৰা ছখন ছবিত কণ্ঠ নিগৰাইছিল গায়ক মান্না দেই। সেইকেইখন হৈছে ইনসানিয়ৎ, দেৱদাস, মুছাফিৰ, মধুমতী, পৈগাম আৰু ক্ৰান্তি।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Dilip Kumar". Encyclopædia Britannica. http://www.britannica.com/EBchecked/topic/1913037/Dilip-Kumar। আহৰণ কৰা হৈছে: 2013-07-24. 
  2. 2.0 2.1 Ekbal, Nikhat (2009). Great Muslims of undivided India. Gyan Publishing House. পৃষ্ঠা. 8. ISBN 8-1783-5756-9. http://books.google.com/books?id=JsDNDeHkb8AC&lpg=PP1&pg=PA8#v=onepage&q&f=false। আহৰণ কৰা হৈছে: 2013-07-20. "Dilip Kumar, was born on December 11, 1922 as Muhammad Yusuf Khan, in Qissa Khawani Bazaar in Peshawar, Pakistan, in a Pashtun househole of twelve children." 
  3. "Tragedy king Dilip Kumar turns 88". Indian Express. 11 December 2010. http://www.indianexpress.com/news/tragedy-king-dilip-Dilip-Kumar-turns-88/723390/। আহৰণ কৰা হৈছে: 21 June 2012. 
  4. ANALYSIS: Dilip Kumar turns 88. Daily Times. Retrieved 31 July 2011.
  5. "Padma Awards Directory (1954-2009)". Ministry of Home Affairs. http://www.mha.nic.in/pdfs/LST-PDAWD.pdf। আহৰণ কৰা হৈছে: 14 December 2010. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]