দিল্লীৰ জিলাসমূহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লীক নখন জিলা

ভাৰতৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লীক নখন জিলাত ভাগ কৰা হৈছে। ১৯৯৭ চনৰ জানুৱাৰী মাহত এই আটাইকেইখন জিলাৰ গঠন হয়। তাৰ আগতে দিল্লীত কেৱল এখনেই জিলা আছিল আৰু তাৰ সদৰ আছিল তিচ-হাজাৰী। বৰ্তমানৰ প্ৰতিখন জিলাৰ মুৰব্বী হৈছে জিলা উপায়ুক্ত আৰু প্ৰতিখন জিলাকে তিনিতা মহকুমাত বিভক্ত কৰা হৈছে।

ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লীৰ জিলাসমূহ
# জিলা সদৰ মহকুমা
মধ্য দিল্লী দৰিয়াগঞ্জ দৰিয়াগঞ্জ পাহাৰ গঞ্জ কৰোল বাগ
উত্তৰ দিল্লী সদৰ বাজাৰ সদৰ বাজাৰ কোটৱালী চিভিল লাইন্‌চ
দক্ষিণ দিল্লী চাকেট [কালকাজি ডিফেঞ্চ কলনি হৌজ খাচ
পূব দিল্লী প্ৰীত বিহাৰ গান্ধী নগৰ প্ৰীত বিহাৰ বিবেক বিহাৰ
উত্তৰ পূব দিল্লী শ্বাহদাৰা শিলমপুৰ শ্বাহদাৰা সীমা পুৰী
দক্ষিণ পশ্চিম দিল্লী বসন্ত বিহাৰ বসন্ত বিহাৰ নজফগড় দিল্লী কেন্ট
নতুন দিল্লী কনৌথ প্লেচ কনৌথ প্লেচ পাৰ্লিয়ামেন্ট ষ্টিট চানক্য পুৰী
উত্তৰ পশ্চিম দিল্লী কানঝাৱালা সৰস্বতী বিহাৰ নৰিলা মডেল টাউন[1]
পশ্চিম দিল্লী ৰাজৌৰি গাৰ্ডেন পেটেল নগৰ পাঞ্জাবী বাগ দ্বাৰকা

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "North West District: Organisation Setup". Government of Delhi website. http://delhi.gov.in/wps/wcm/connect/doit_northwest/North+West+District/Home/Organisation+Setup.