দিল্লীৰ জিলাসমূহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লীক নখন জিলা

ভাৰতৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লীক ১১ খন জিলাত ভাগ কৰা হৈছে।[1] ১৯৯৭ চনৰ জানুৱাৰী মাহত ইয়াৰে ৯ খন জিলাৰ গঠন কৰা হয়। তাৰ আগতে দিল্লীত কেৱল এখনেই জিলা আছিল আৰু তাৰ সদৰ আছিল তিচ-হাজাৰী। ২০১২ চনৰ ছেপ্টেম্বৰত নতুনকৈ দুখন জিলাৰ গঠন কৰা হয়: এই দুখন হৈছে দক্ষিণ পূব দিল্লী জিলা আৰু শাহদৰা জিলা।[2] বৰ্তমানৰ প্ৰতিখন জিলাৰ মুৰব্বী হৈছে জিলা উপায়ুক্ত আৰু প্ৰতিখন জিলাকে তিনিটা মহকুমাত বিভক্ত কৰা হৈছে।

ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লীৰ জিলাসমূহ
নং জিলা সদৰ মহকুমা
নতুন দিল্লী কনট প্লেচ চাণক্যপুৰী দিল্লী ছাউনী বসন্ত বিহাৰ
উত্তৰ দিল্লী আলিপুৰ মডেল টাউন[3] নাৰেলা আলিপুৰ
উত্তৰ পশ্চিম দিল্লী কানঝাৱালা ৰোহিনী কানঝাৱালা সৰস্বতী বিহাৰ
পশ্চিম দিল্লী ৰাজৌৰী গাৰ্ডেন পটেল নগৰ পঞ্জাবী বাগ ৰাজৌৰী গাৰ্ডেন
দক্ষিণ পশ্চিম দিল্লী দ্বাৰকা দ্বাৰকা নজফগড় কাপাশেৰা
দক্ষিণ দিল্লী চাকেট চাকেট হৌজ খাচ মেহৰুলি
দক্ষিণ পূব দিল্লী ডিফেন্স কলনী ডিফেন্স কলনী কালকাজি চৰিতা বিহাৰ
মধ্য দিল্লী দৰিয়াগঞ্জ ক'টৱালি চিভিল লাইন্‌চ কৰোল বাগ
উত্তৰ পূব দিল্লী নন্দ নগৰী চীলমপুৰ যমুনা বিহাৰ কাৰাৱাল নগৰ
১২ শাহদৰা শাহদৰা শাহদৰা শীমাপুৰী বিবেক বিহাৰ
১১ পূব দিল্লী প্ৰীত বিহাৰ গান্ধী নগৰ প্ৰীত বিহাৰ ময়ূৰ বিহাৰ

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "districts of delhi". http://www.mapsofindia.com/delhi/districts/. 
  2. Two new districts added to Delhi in 2012
  3. "North West District: Organisation Setup". Government of Delhi website. http://delhi.gov.in/wps/wcm/connect/doit_northwest/North+West+District/Home/Organisation+Setup.