দীপ গগৈ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দীপ গগৈ
লোকসভাৰ সাংসদ
কলিয়াবৰ লোকসভা সমষ্টি
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২০০২
পূৰ্বসূৰী তৰুণ গগৈ
অসম বিধানসভাৰ বিধায়ক
তিতাবৰ
কাৰ্যকাল
২০০১ – ২০০১
পূৰ্বসূৰী হেমন্ত কলিতা
উত্তৰসূৰী তৰুণ গগৈ
ব্যক্তিগত তথ্য
জন্ম ১৭ ডিচেম্বৰ, ১৯৫১ (৭২ বছৰ)
যোৰহাট, অসম, ভাৰত
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
দাম্পত্যসঙ্গী মিতালি গগৈ
শিক্ষানুষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়
30 August, 2012-ৰ তথ্য
উৎস: [1]

দীপ গগৈ (জন্ম ১৭ ডিচেম্বৰ ১৯৫১) এগৰাকী ভাৰতীয় ৰাজনীতিক আৰু বৰ্তমান লোকসভাৰ সাংসদ। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্য আৰু লোকসভাত অসমকলিয়াবৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰে।

পৃষ্ঠভূমি[সম্পাদনা কৰক]

গগৈয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁৰ পত্নী মিতালি গগৈ। [1][2]

ৰাজনৈতিক কেৰিয়াৰ[সম্পাদনা কৰক]

গগৈয়ে ২০০১ চনত অসম বিধানসভালৈ তিতাবৰ সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল[1] যদিও কেইমাহমান পিছতে সেই আসন ভাতৃ তৰুণ গগৈৰ বাবে খালী কৰি দিয়ে। [1][3] তাৰ পিছত তেওঁ তৰুণ গগৈয়ে প্ৰতিনিধিত্ব কৰি থকা কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা উপ-নিৰ্বাচনত নিৰ্বাচনত অৱতীৰ্ণ হৈ সাংসদ হিচাপে নিৰ্বাচিত হয়। [1] ২০০৪ আৰু ২০০৯ চনত দীপ গগৈ পুনৰ লোকসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হয়। [1][1]

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 "Shri Dip Gogoi". Government of India. http://india.gov.in/govt/loksabhampbiodata.php?mpcode=3956। আহৰণ কৰা হৈছে: 30 August 2012. 
  2. "Dip Gogoi". Netapedia. Archived from the original on 3 March 2016. https://web.archive.org/web/20160303212228/http://www.netapedia.in/neta.php?str=1671। আহৰণ কৰা হৈছে: 30 August 2012. 
  3. "Dip Gogoi to relinquish his Titabar seat for brother Tarun". The Sentinel. 15 May 2001. Archived from the original on 27 April 2005. https://web.archive.org/web/20050427122451/http://www.axom.faithweb.com/election/news/may1115-2.html। আহৰণ কৰা হৈছে: 30 August 2012.