দৰং মহাবিদ্যালয়
অসমীয়া ৱিকিপিডিয়াৰ পৰা
| দৰং মহাবিদ্যালয় | |
|---|---|
দৰং মহাবিদ্যালয়ৰ মূল প্ৰবেশদ্বাৰ |
|
| মূলমন্ত্ৰ (motto) | Be a Jewel Among Men |
| স্থাপিত | ১৯৪৫ |
| ধৰণ | মহাবিদ্যালয় |
| President | ড° অৱনী কুমাৰ শৰ্মা |
| অধ্যক্ষ | ড° জয়শংকৰ হাজৰিকা |
| স্থান | তেজপুৰ, অসম, ভাৰত |
| ৱেবছাইট | darrangcollege.org |
তেজপুৰ চহৰৰ উচ্চ শিক্ষাৰ অন্যতম কেন্দ্ৰস্থল হ’ল দৰং মহাবিদ্যালয়। মহাবিদ্যালয়খনি ১৯৪৫ খ্ৰীষ্টাব্দত স্থাপিত কৰা হৈছিল। প্ৰতিষ্ঠাপক অধ্যক্ষ কামাখ্যা প্ৰসাদ ত্ৰিপাঠী আছিল।
সূচী |
পাঠ্যক্ৰমসমূহ [সম্পাদনা কৰক]
দৰং মহাবিদ্যালয়ত নিম্নোক্ত পাঠ্যক্ৰমসমূহৰ শিক্ষা প্ৰদান কৰা হয়। মহাবিদ্যালয়খনি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ।
- উচ্চতৰ মাধ্যমিক (কলা, বানিজ্য আৰু বিজ্ঞান)
- স্নাতক (কলা, বানিজ্য আৰু বিজ্ঞান)
- ইউ জি চি কেৰিয়াৰমুখী পাঠ্যক্ৰম
শৈক্ষিক বিভাগসমূহ [সম্পাদনা কৰক]
|
কলা:
|
বিজ্ঞান:
বানিজ্য:
|
মহাবিদ্যালয়ৰ সুবিধাসমূহ [সম্পাদনা কৰক]
- গ্ৰন্থাগাৰ
- ছাত্ৰাবাস
- ছাত্ৰীনিবাস
- খেলপথাৰ
তথ্য সংগ্ৰহ [সম্পাদনা কৰক]
|
|||||||||||||||||