ধনতেৰাচ

অসমীয়া ৱিকিপিডিয়াৰ পৰা


ধন ত্ৰয়োদশী
ধন ত্ৰয়োদশী
পালন কৰে হিন্দু
প্ৰকাৰ ধাৰ্মিক, ভাৰত আৰু নেপাল
মহত্ব ধন্বন্তৰিৰ পূজা
তাৰিখ কৃষ্ণ পক্ষৰ ত্ৰয়োদশীত
আচাৰ মূল্যবান ধাতু ক্ৰয় কৰা হয়
সংঘটন বাৰ্ষিক

ধনতেৰাচ (ইংৰাজী: Dhanteras) হ'ল হিন্দু সকলৰ উৎসৱ। এই উৎসৱত দীপান্বিতাৰ প্ৰাক্‌ মুহূৰ্তত গণেশ আৰু লক্ষ্মী দেৱীক একেলগে উপবাস-উপাসনাৰে পূজা অৰ্চনা কৰা হয়, আৰু ধন-সোণ আনি ঘৰত স্থাপন কৰা হয়। ‌ এই উৎসৱ মূলত উত্তৰ ভাৰতীয়। এই উৎসৱত সোণ বা তেনে কোনো মূল্যবান ধাতু ক্ৰয় কৰা হয়। যাতে গোটেই বছৰজুৰি ঘৰত বা ব্যৱসায়ত লক্ষ্মী থাকে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]