ন'বেল বঁটা (১৯৯৫)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

১৯৯৫ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:

# শাখা আলোকচিত্ৰ বিজেতা নাগৰিকত্ব অৱদান
পদাৰ্থ বিজ্ঞান
মাৰ্টিন এল. পাৰ্ল
Martin L. Perl
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
২০০৫ চনৰ পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা "লেপ্টন পদাৰ্থবিজ্ঞানলৈ প্ৰায়োগিক অৱদানৰ বাবে" আগবঢ়োৱা হয়। যুটীয়া ভাৱে বঁটাৰ আধা অংশ মাৰ্টিন এল. পাৰ্ল-লৈ তেখেতৰ "টাও লেপ্টনৰ আৱিষ্কাৰৰ বাবে", আৰু আধা ভাগ ফ্ৰেডৰিক ৰেইনছ-লৈ "নিউট্ৰিন' ধৰা পেলোৱাৰ বাবে" আগবঢ়োৱা হয়। (The Nobel Prize in Physics 1995 was awarded "for pioneering experimental contributions to lepton physics" jointly with one half to Martin L. Perl "for the discovery of the tau lepton" and with one half to Frederick Reines "for the detection of the neutrino".)
ফ্ৰেডৰিক ৰেইনছ
Frederick Reines
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
ৰসায়ন বিজ্ঞান
পল জে. ক্ৰুটজেন
Paul J. Crutzen
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
"পাৰিবেশিক ৰসায়নৰ ওপৰত কৰা কামৰ বাবে, বিশেষকৈ অ'জনৰ গঠন আৰু অপঘটন সম্পৰ্কীয় কৰ্মৰ বাবে" ("for their work in atmospheric chemistry, particularly concerning the formation and decomposition of ozone")
মেৰিঅ' জে. মলিনা
Mario J. Molina
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
এফ. ছেৰউড ৰ'লেণ্ড
F. Sherwood Rowland
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
ফিজিঅ'লজী বা মেডিচিন
এড্‌ৱাৰ্ড বি. লিৱিছ
Edward B. Lewis
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
"প্ৰাৰম্ভিক ভ্ৰূণীয় বিকাশ-ত জিনীয় নিয়ন্ত্ৰণ সম্পৰ্কীয় আৱিষ্কাৰৰ বাবে" ("for their discoveries concerning the genetic control of early embryonic development")
ক্ৰিষ্টিয়েন নুছলীন-ভলাৰ্ড
Christiane Nüsslein-Volhard
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
এৰিক এফ. ৱেইছক্‌ছ
Eric F. Wieschaus
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
সাহিত্য
ছীমাছ হীনী
Seamus Heaney
 আয়াৰলেণ্ড "তেখেতৰ কৰ্মৰ গীতিময়তা আৰু নৈতিক গভীৰতাৰ বাবে, যিয়ে দৈনন্দিন আশ্চৰ্য আৰু সতেজ অতীতক গৌৰাৱান্বিত কৰি তোলে" ("for works of lyrical beauty and ethical depth, which exalt everyday miracles and the living past")
ন'বেল শান্তি বঁটা
জোছেফ ৰট্‌ব্লেট
Joseph Rotblat
 পোলেণ্ড
বাসস্থান:  যুক্তৰাজ্য
"আন্তৰ্জাতিক ৰাজনীতিত আণৱিক অস্ত্ৰৰ ভূমিকা লঘূ কৰি, অদূৰ ভৱিষ্যতে তেনে অস্ত্ৰ নিৰ্মূল কৰাৰ বাবে তেওঁলোকে কৰা প্ৰচেষ্টাৰ বাবে" ("for their efforts to diminish the part played by nuclear arms in international politics and, in the longer run, to eliminate such arms")
বিজ্ঞান আৰু বিশ্ব পৰিঘটনাৰ পাগ্‌ৱাছ সন্মিলনী
Pugwash Conferences on Science and World Affairs
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
অৰ্থনীতি বিজ্ঞান
ৰবাৰ্ট ই. লুকাছ, কনিষ্ঠ
Robert E. Lucas Jr.
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
"যৌক্তিক আকাংক্ষা প্ৰকল্পৰ বিকাশ আৰু প্ৰয়োগৰ বাবে, যাৰ ব্যৱহাৰে 'বৃহৎ অৰ্থনীতি'ৰ বিশ্লেষণত পৰিৱৰ্তন আনি অৰ্থনৈতিক নীতিক গভীৰ ভাৱে বুজাত সহায় কৰিছে" ("for having developed and applied the hypothesis of rational expectations, and thereby having transformed macroeconomic analysis and deepened our understanding of economic policy")


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]