ন'বেল বঁটা (১৯৯৭)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

১৯৯৭ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:

পদাৰ্থ বিজ্ঞান
ষ্টিফেন ছু
Steven Chu
 আমেৰিকা যুক্তৰাষ্ট্ৰ "লেজাৰ ৰশ্মিৰ সহায়েৰে পৰমাণু শীতল কৰি আৱদ্ধ কৰাৰ পদ্ধতি বিকাশৰ বাবে"
("for development of methods to cool and trap atoms with laser light")
ক্ল' ক'হেন-টেন'ড্‌জি
Claude Cohen-Tannoudji
 ফ্ৰান্স
উইলিয়াম ডি. ফিলিপ্‌ছ
William D. Phillips
 আমেৰিকা যুক্তৰাষ্ট্ৰ
ৰসায়ন বিজ্ঞান
পল ডি. ব'য়াৰ
Paul D. Boyer
 আমেৰিকা যুক্তৰাষ্ট্ৰ "এডিন'ছিন ট্ৰাইফছফেট (ATP) সংশ্লেষণৰ উৎসেচকীয় বিক্ৰিয়াৰ ওপৰত কৰা অৱলোকনৰ বাবে "
("for their elucidation of the enzymatic mechanism underlying the synthesis of adenosine triphosphate (ATP)")
জন ই. ৱাকাৰ
John E. Walker
 যুক্তৰাজ্য
জেন্স চি. স্কো
Jens C. Skou
 ডেনমাৰ্ক "প্ৰথম আয়ন-পৰিবাহী উৎসেচক Na+, K+ -ATPase-ৰ আৱিষ্কাৰৰ বাবে"
("for the first discovery of an ion-transporting enzyme, Na+, K+ -ATPase")
ফিজিঅ'লজী বা মেডিচিন
ষ্টেন্‌লি বি. প্ৰুছিনাৰ
Stanley B. Prusiner
 আমেৰিকা যুক্তৰাষ্ট্ৰ "প্ৰিয়'ন - সংক্ৰমণৰ এক নতুন জৈৱিক প্ৰণালীৰ উদ্ঘাটনৰ বাবে"
("for his discovery of Prions - a new biological principle of infection")
সাহিত্য
ডেৰিঅ' ফ'
Dario Fo
 ইটালী "কৰ্তৃত্ববাদৰ প্ৰতি বিদ্বেষাত্মক আৰু দীনজনৰ প্ৰগতিৰ বাবে তেখেতে মধ্যযুগীয় বিদুষক এজনৰ দৰে ক্ৰিয়া কৰে"
("who emulates the jesters of the Middle Ages in scourging authority and upholding the dignity of the downtrodden")
ন'বেল শান্তি বঁটা
ভূ-মাইন নিৰসনৰ বাবে আন্তৰ্জাতিক অভিযান (ICBL)
International Campaign to Ban Landmines
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
"নৰসংহাৰী 'মাইন'ৰ ওপৰত প্ৰতিবন্ধকতা লগোৱা আৰু এনে 'মাইন' নিস্ক্ৰিয় কৰাৰ বাবে তেওঁলোকে কৰি যোৱা কৰ্মৰ বাবে "
("for their work for the banning and clearing of anti-personnel mines")
জ'ডি উইলিয়ামছ
Jody Williams
 আমেৰিকা যুক্তৰাষ্ট্ৰ
অৰ্থনীতি বিজ্ঞান
ৰবাৰ্ট চি. মেৰ্টন
Robert C. Merton
 আমেৰিকা যুক্তৰাষ্ট্ৰ "অৱকলজ-ৰ মান নিৰূপনৰ বাবে প্ৰয়োগ কৰা এক নতুন পদ্ধতিৰ বাবে"
("for a new method to determine the value of derivatives")
মায়ৰন এছ. স্ক'লেছ
Myron S. Scholes
 আমেৰিকা যুক্তৰাষ্ট্ৰ
 কানাডা

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

* "List of All Nobel Laureates 1997". Nobelprize.org. আহৰণ কৰা তাৰিখ: 01 Feb 2013

বাহ্যিক সংযোগ[সম্পাদনা কৰক]