ন'বেল বঁটা (১৯৯৯)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

১৯৯৯ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:

পদাৰ্থ বিজ্ঞান
জেৰাৰ্ডাছ 'ট হুফ্ট
Gerardus 't Hooft
 নেডাৰলেণ্ডচ "দুৰ্বলবৈদ্যুতিক অন্তৰাক্ৰিয়া-ৰ কোৱাণ্টাম গাঁঠনিৰ ওপৰত কৰা আলোকপাতৰ বাবে"
("for elucidating the quantum structure of electroweak interactions in physics")
মাৰ্টিনাছ জে.জি. ভেল্টমেন
Martinus J.G. Veltman
 নেডাৰলেণ্ডচ
ৰসায়ন বিজ্ঞান
আহমদ এইচ. জেৱাইল
Ahmed H. Zewail
 আমেৰিকা যুক্তৰাষ্ট্ৰ ইজিপ্ত "ফেম্‌ট'ছেকেণ্ড বৰ্ণালীবীক্ষণ বিজ্ঞান ব্যৱহাৰ কৰি ৰাসায়নিক বিক্ৰিয়াৰ মধ্যৱৰ্তী পৰ্যায়সমূহৰ ওপৰত কৰা গৱেষণাৰ বাবে"
("for his studies of the transition states of chemical reactions using femtosecond spectroscopy")
ফিজিঅ'লজী বা মেডিচিন
গুণ্টাৰ ব্ল'বেল
Günter Blobel
 জাৰ্মানী আমেৰিকা যুক্তৰাষ্ট্ৰ "প্ৰ'টিনৰ পৰিবহন আৰু চিহ্নিতকৰণৰ বাবে অন্তৰ্নিহিত সংকেতৰ অস্তিত্ব উদ্ঘাটনৰ বাবে"
("for the discovery that proteins have intrinsic signals that govern their transport and localization in the cell")
সাহিত্য
গুণ্টাৰ গ্ৰাছ
Günter Grass
 জাৰ্মানী "যাৰ ৰং-ধেমালিৰে ভৰপূৰ আন্ধাৰ গাঁথাই পাহৰি যোৱা অতীতৰ চেহেৰাক আমাৰ আগত দাঙি ধৰে।"
("whose frolicsome black fables portray the forgotten face of history")
ন'বেল শান্তি বঁটা
মেডিচিন্‌ছ ছেন্স ফ্ৰণ্টিয়াৰ
Médecins Sans Frontières
মুখ্য কাৰ্যালয়ঃ  ছুইজাৰলেণ্ড "কেবাখনো মহাদেশ জুৰি এই সংস্থাই আগবঢ়োৱা অগ্ৰণী মানৱীয় কৰ্মৰ স্বীকৃতি হিচাপে"
("in recognition of the organization's pioneering humanitarian work on several continents")
অৰ্থনীতি বিজ্ঞান
ৰবাৰ্ট এ. মুণ্ডেল
Robert A. Mundell
 কানাডা "বিভিন্ন বিনিময় দৰ স্থানত মুদ্ৰা আৰু অৰ্থনৈতিক নীতি সম্বন্ধে তেখেতে কৰা বিশ্লেষণ আৰু অনুকুলতম মুদ্ৰা ক্ষেত্ৰ সম্বন্ধীয় তেখেতৰ বিশ্লেষণৰ বাবে"
("for his analysis of monetary and fiscal policy under different exchange rate regimes and his analysis of optimum currency areas")

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]