ন'বেল বঁটা (২০০৭)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

২০০৭ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:

# শাখা আলোকচিত্ৰ বিজেতা নাগৰিকত্ব অৱদান
পদাৰ্থ বিজ্ঞান
এলবাৰ্ট ফাৰ্ট
Albert Fert
 ফ্ৰান্স "বিশাল চুম্বকীয় প্ৰতিৰোধ আৱিষ্কাৰৰ বাবে"
("for the discovery of Giant Magnetoresistance")
পিটাৰ গ্ৰানবাৰ্গ
Peter Grünberg
 জাৰ্মানী
ৰসায়ন বিজ্ঞান
গেৰহাৰ্ড আৰ্ট্‌ল
Gerhard Ertl
 জাৰ্মানী "কঠিন তলত ৰাসায়নিক প্ৰক্ৰিয়াসমূহৰ গৱেষণাৰ বাবে"
("for his studies of chemical processes on solid surfaces")
ফিজিঅ'লজী বা মেডিচিন
মাৰিঅ' আৰ. কেপেচ্চি
Mario R. Capecchi
 আমেৰিকা যুক্তৰাষ্ট্ৰ "ভ্ৰুণীয় ষ্টেম কোষ ব্যৱহাৰ কৰি নিগনিৰ সুনিৰ্দিষ্ট জিনীয় পৰিৱৰ্তন সংঘটিত কৰাৰ নীতি আৱিষ্কাৰৰ বাবে"
("for their discoveries of principles for introducing specific gene modifications in mice by the use of embryonic stem cells")
ছাৰ মাৰ্টিন জে. ইভান্‌ছ
Sir Martin J. Evans
 ইংলেণ্ড
অলিভাৰ স্মিথিছ
Oliver Smithies
 যুক্তৰাজ্য,
 আমেৰিকা যুক্তৰাষ্ট্ৰ
সাহিত্য
ড'ৰিছ লেছিং
Doris Lessing
 যুক্তৰাজ্য "নাৰী অভিজ্ঞতাৰ মহাকবি, যিয়ে সন্দিগ্ধতা, ক্ষোভ আৰু দূৰদৃষ্টিৰে খণ্ডিত সভ্যতাক পৰীক্ষা কৰে"
( "that epicist of the female experience, who with scepticism, fire and visionary power has subjected a divided civilisation to scrutiny")
শান্তি
জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে আন্ত:চৰকাৰী সমিতি
Intergovernmental Panel on Climate Change (IPCC)
প্ৰতিষ্ঠা: আমেৰিকা যুক্তৰাষ্ট্ৰ মানৱ-সৃষ্ট জলবায়ু পৰিৱৰ্তনৰ বিষয়ে অধিক জানিবলৈ আৰু জনাবলৈ তেওঁলোকে হাতত লোৱা প্ৰচেষ্টাসমূহৰ বাবে, আৰু এই পৰিৱৰ্তন ৰোধ কৰাৰ বাবে ল'বলগীয়া কাৰ্যাৱলীৰ বুনিয়াদী পদক্ষেপ গ্ৰহন কৰাৰ বাবে
("for their efforts to build up and disseminate greater knowledge about man-made climate change, and to lay the foundations for the measures that are needed to counteract such change")
এলবাৰ্ট আৰ্নল্ড (এল) গোৰে, কনিষ্ঠ
Albert Arnold (Al) Gore Jr.
 আমেৰিকা যুক্তৰাষ্ট্ৰ
অৰ্থনীতি
লেওনিড হাৰৱিক্‌জ
Leonid Hurwicz
 আমেৰিকা যুক্তৰাষ্ট্ৰ "ৰূপাঙ্কন তত্বৰ গঠনৰ বুনিয়াদ প্ৰতিষ্ঠা কৰাৰ বাবে"
("for having laid the foundations of mechanism design theory")
এৰিক এছ. মেছ্‌কিন
Eric S. Maskin
 আমেৰিকা যুক্তৰাষ্ট্ৰ
ৰ'জাৰ বি. মায়াৰ্ছন
Roger B. Myerson
 আমেৰিকা যুক্তৰাষ্ট্ৰ

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]


বাহ্যিক সংযোগ[সম্পাদনা কৰক]