ন'বেল বঁটা (২০১৪)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ন'বেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল। ২০১৪ বৰ্ষত নিম্নোক্ত সকললৈ এই বঁটা আগবঢ়োৱা হৈছে।

# শাখা আলোকচিত্ৰ বিজেতা নাগৰিকত্ব অৱদান
পদাৰ্থ বিজ্ঞান
ইছামু আকাছাকি
(Isamu Akasaki)
 জাপান অধিক কাৰ্যক্ষম নীলা পোহৰ নিৰ্গমণকাৰী ডায়'ড আৱিষ্কাৰৰ বাবে, যি আৱিষ্কাৰে উজ্জ্বল আৰু কম-শক্তিব্যয়ক বগা পোহৰৰ উৎস নিৰ্মাণৰ বাট মোকলালে ("for the invention of efficient blue light-emitting diodes which has enabled bright and energy-saving white light sources")
হিৰোশ্বি এমান'
(Hiroshi Amano)
 জাপান
শ্বুজি নাকামুৰা
(Shuji Nakamura)
 জাপান
 আমেৰিকা যুক্তৰাষ্ট্ৰ
ৰসায়ন বিজ্ঞান
এৰিক্‌ বেৎজিগ্‌
(Eric Betzig)
 আমেৰিকা যুক্তৰাষ্ট্ৰ পৰম সূক্ষ্ম প্ৰতিপ্ৰভা অণুবীক্ষণৰ আৱিষ্কাৰৰ বাবে ("for the development of super-resolved fluorescence microscopy"
ষ্টিফেন ডব্লিউ. হেল
(Stefan W. Hell)
 জাৰ্মানী
উইলিয়াম ই. ময়েৰ্নাৰ
(William E. Moerner)
 আমেৰিকা যুক্তৰাষ্ট্ৰ
ফিজিঅ'লজী বা মেডিচিন
জন অ'কীফ
(John O'Keefe)
 আমেৰিকা যুক্তৰাষ্ট্ৰ
 যুক্তৰাজ্য
মগজুত অৱস্থিত স্থান নিৰ্ণায়ক কোষৰ উপস্থিতি ধৰা পেলোৱা গৱেষণাৰ বাবে ("for their discoveries of cells that constitute a positioning system in the brain")
মে-ব্ৰিট ম'জাৰ
(May-Britt Moser)
 নৰৱে
এড্‌ভাৰ্ড আই. ম'জাৰ
(Edvard I. Moser)
 নৰৱে
সাহিত্য
পেট্ৰিক ম'ডিয়ান'
(Patrick Modiano)
 ফ্ৰান্স স্মৃতিৰ কলাৰ দ্বাৰা যিয়ে অস্পৰ্শ মানৱ নিয়তিক উদ্বেলিত কৰে আৰু জীৱিকাৰ মাজৰ জীৱন আৰু পৃথিৱীক উন্মোচিত কৰে ("for the art of memory with which he has evoked the most ungraspable human destinies and uncovered the life-world of the occupation")
শান্তিৰ ন'বেল বঁটা
কৈলাস সত্যাৰ্থী
(Kailash Satyarthi)
 ভাৰত শিশু আৰু কিশোৰৰ ওপৰত চলা অত্যাচাৰ বিৰূদ্ধে প্ৰতিবাদ আৰু শিশুৰ শিক্ষাৰ অধিকাৰৰ হকে কৰি অহা সংঘৰ্ষৰ বাবে ("for their struggle against the suppression of children and young people and for the right of all children to education")
মালালা ইউছুফজাই
(Malala Yousafzai)
 পাকিস্তান
অৰ্থনীতি
জঁ টিৰ'ল
(Jean Tirole)
 ফ্ৰান্স বজাৰৰ শক্তি আৰু নিয়ন্ত্ৰণ সম্বন্ধীয় তেখেতৰ গৱেষণাৰ বাবে ("for his analysis of market power and regulation")

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

http://www.nobelprize.org/nobel_prizes/lists/year/index.html?year=2014&images=yes

বাহ্যিক সংযোগ[সম্পাদনা কৰক]