নলবাৰী জিলা
| নলবাৰী জিলা | |
| — জিলা — | |
|
|
|
| স্থানাঙ্ক | |
| দেশ | |
| অঞ্চল | নামনি অসম |
| ৰাজ্য | অসম |
| জনসংখ্যা | 11 (2001[update]) |
| সময়াঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স. ০৫:৩০) |
| মাটিকালি • উচ্চতা |
• 42 m (138 ft) |
| ৱেবছাইট | nalbari.nic.in |
নলবাৰী (ইংৰাজী:Nalbari হিন্দী:नलबारी) ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা৷
[সম্পাদনা কৰক] ভৌগোলিক বিৱৰণ
- নলবাৰী জিলাৰ অৱস্থানঃ
- মাটি কালিঃ
- বাৰ্ষিক বৃষ্টিপাতঃ
১৫০০ মিঃমিঃ - গড় আৰ্দ্ৰতাঃ
৮০% - চাৰিসীমাঃ
-
- উত্তৰে বাক্সা জিলা।
- পূৱে দৰং জিলা আৰু কামৰূপ জিলা
- দক্ষিণে ব্ৰহ্মপুত্ৰ নদী
- পশ্চিমে বৰপেটা জিলা।
- জিলাখনৰ উল্লেখযোগ্য নদীঃ
জিলাখনৰ দক্ষিণ দিশেৰে ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে। আনকেইখন প্ৰধান নৈ হ'ল পাগলদিয়া, নোনা, বৰলীয়া, বুঢ়াদিয়া, টিহু।
[সম্পাদনা কৰক] জন গাঁথনি
২০১১ চনৰ লোকপিয়ল অনুসৰি কামৰূপ জিলাৰ জনসংখ্যা ৭৬৯,৯১৯ জন; ইয়াৰে পুৰুষ ৩৯৫,৮০৪ জন আৰু মহিলা ৩৭৪,১১৫ জনী। মহিলাৰ সংখ্যা প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে ৯৪৫ জনী। জন-ঘনত্ব প্ৰতি বৰ্গ কিঃমিঃত ৭৬৩ জন। দহ বছৰত জনসংখ্যা বৃদ্ধিৰ হাৰ ১১.৭৪%। শিক্ষিতৰ হাৰ ৭৩.৮৫%।
[সম্পাদনা কৰক] প্ৰশাসনিক গাঁথনি
নলবাৰী জিলা মাথো এটা মহকুমাৰে গঠিত। সদৰ নলবাৰী। জিলাখনৰ উন্নয়ন খণ্ডসমূহ হ'লঃ
-
- বড়িগোগ বনভাগ
- পূব নলবাৰী
- বৰভাগ
- বৰক্ষেত্ৰী
- পশ্চিম নলবাৰী
- মধুপুৰ
- টিহু
- টিহু বৰমা (এটা অংশ বাক্সা জিলাৰ অন্তৰ্গত)
জিলাখনত মুঠ ৬৫ খন গাঁও পঞ্চায়ত, জিলাখনত তিনিটা বিধানসভাৰ সমষ্টি আছে আৰু তিনিওটা সমষ্টি তিনিটা সুকীয়া সুকীয়া সংসদীয় সমষ্টিৰ অন্তৰ্গত।
-
- ১) ৫৯, নলবাৰী (৮, মঙলদৈ সংসদীয় সমষ্টিৰ অন্তৰ্গত)
- ২) ৬০, বৰক্ষেত্ৰী (৭, গুৱাহাটী সংসদীয় সমষ্টিৰ অন্তৰ্গত)
- ৩) ৬১, ধৰ্মপুৰ (৬, বৰপেটা সংসদীয় সমষ্টিৰ অন্তৰ্গত)
![]() |
বাক্সা জিলা | ![]() |
||
| বৰপেটা জিলা | কামৰূপ জিলা | |||
| কামৰূপ জিলা |
|
||||||||||
|
|||||||||||||||||||
