নাচনী চৰাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নাচনী চৰাই, ট্ৰেফিক উদ্যান, চণ্ডিগড়, ভাৰত
নাচনী চৰাই (White-throated Fantail)
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Passeriformes
পৰিয়াল: Rhipiduridae
গণ: Rhipidura
প্ৰজাতি: R. albicollis
বৈজ্ঞানিক নাম
Rhipidura albicollis
(Vieillot, 1818)

নাচনী চৰাই[2] (ইংৰাজী: White-throated Fantail, বৈজ্ঞানিক নাম-Rhipidura albicollis) এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ ইয়াক প্ৰধানকৈ দক্ষিণ এছিয়াভাৰতৰ পৰা বাংলাদেশ তথা ইণ্ডোনেছিয়া আদি দেশৰ বনাঞ্চল তথা খেতি-পথাৰ আদিত দেখা পোৱা যায়৷

বিৱৰণ[সম্পাদনা কৰক]

নাচনী চৰাই প্ৰায় ১৯ ছেমি দীঘল। ইয়াৰ এখন ক'লা বিচনী-সদৃশ ফিচা থাকে, অগ্ৰাংশ বগা, আৰু ডিঙি বগা।

বিতৰণ[সম্পাদনা কৰক]

থলুৱা আৱাস: বাংলাদেশ, ভূটান, কেম্ব'ডিয়া, চীন, ভাৰত, ইন্দোনেচিয়া, লাও পিপ'লছ ডেম'ক্ৰেটিক ৰিপাব্লিক, মালেচিয়া, ম্যানমাৰ, নেপাল, থাইলেণ্ড, ভিয়েটনাম।[3]

আচৰণ[সম্পাদনা কৰক]

নাচনী চৰায়ে প্ৰায়ে সিহঁতৰ ফিচা নচুৱাই থাকে।

খাদ্য[সম্পাদনা কৰক]

নাচনী চৰাইবোৰ পতংগভোজী

প্ৰজনন[সম্পাদনা কৰক]

নাচনী চৰায়ে গছত সজা সিহঁতৰ সৰু বাঁহত তিনিটাকৈ কণী পাৰে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. BirdLife International (2012). "Rhipidura albicollis". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106005988। আহৰণ কৰা হৈছে: 16 July 2012. 
  2. N.N. Dutta et al, Annals of Biological Research, 2011, 2 (5):374-384
  3. BirdLife International 2012. Rhipidura albicollis. In: IUCN 2012. IUCN Red List of Threatened Species. Version 2012.2. <www.iucnredlist.org>. Downloaded on 02 June 2013.