নিউজ লাইভ

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
নিউজ লাইভ

নিউজ লাইভৰ ল'গ'
উদ্বোধনী ২১ জানুৱাৰী, ২০০৮
শ্লোগান Pushing Northeast 24x7
গৰাকী প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেড
দেশ ভাৰত
ভাষা অসমীয়া, ইংৰাজী
মূখ্য কাৰ্যালয় গুৱাহাটী, অসম, ভাৰত
ভগ্নী চেনেল ৰং
ৰামধেনু
ৱেবছাইট newslivetv.com


নিউজ লাইভ হৈছে ২০০৮ বৰ্ষৰ ২১ জানুৱাৰীত প্ৰতিষ্ঠিত উত্তৰ-পূৱ ভাৰতৰ এটা ২৪ ঘণ্টীয়া নিউজ চেনেল। এইটো উত্তৰ-পূৱ ভাৰতৰ দ্বিতীয় চেটেলাইট তথা প্ৰথম বিনামূলীয়া (ফ্ৰী টু এয়াৰ) চেটেলাইট নিউজ চেনেল (বৰ্তমান পে' চেনেল) । এই চেনেলত অসমীয়া আৰু ইংৰাজী ভাষাত বাতৰি পৰিৱেশন কৰা হয়। "Pushing Northeast 24x7" (পুচিং নৰ্থ-ইষ্ট ২৪x৭) হৈছে এই চেনেলটোৰ শ্লোগান।

[সম্পাদনা কৰক] উল্লেখযোগ্য অনুষ্ঠান

  • ব্ৰেকফাষ্ট লাইভ
  • সম্পূৰ্ণা লাইভ
  • অন্তৰংগ
  • দেওবৰীয়া আড্ডা
  • অকথ্য
  • টক টাইম

[সম্পাদনা কৰক] উপলব্ধতা

ডি টি এইচ ছেনেল ক্ৰমাংক
এয়াৰটেল ডিজিটেল টিভি (ভাৰত) ৬২১
বিগ টিভি (ভাৰত) ৯৬৭
ডিডি ডাইৰেক্ট প্লাস (ভাৰত) বৰ্তমান উপলব্ধ নহয়
ডিছ টিভি (ভাৰত) ৮৫৩
ছান ডাইৰেক্ত ডি টি এইচ (ভাৰত) ৬৯৫
টাটা স্কাই (ভাৰত) ৮৯৪
ভিডিঅ'কন ডি টি এইচ (ভাৰত) ৭৬৯

[সম্পাদনা কৰক] বাহিৰা সংযোগ


ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত