নিৰ্মলপ্ৰভা বৰদলৈ

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা



নিৰ্মলপ্ৰভা বৰদলৈ
Nirmal Prabha Bordoloi.jpg
জন্ম ২০ জুন , ১৯৩৩ চন
জন্মস্থান শিৱসাগৰ, অসম
মৃত্যু ১ জুন , ২০০৪ চন
পেশা কবি, গীতিকাৰ আৰু লোক-সংস্কৃতিৰ গৱেষক

নিৰ্মলপ্ৰভা বৰদলৈ অসমৰ এগৰাকী সুকবি, গীতিকাৰ আৰু লোক-সংস্কৃতিৰ গৱেষক৷ অসমৰ সমাজ জীৱনৰ ছন্দ তেওঁ ৰচনা কৰা গীত আৰু কবিতাতে বন্দী হৈ আছে ।তেওঁ আছিল সাহিত্য বিষয়ত গবেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথম মহিলা ।

ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি