নৰকাসুৰ (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নৰকাসুৰ

নৰকাসুৰৰ ভাৱত ফণী শৰ্মা
পৰিচালক নিপ বৰুৱা
চিত্ৰনাট্য অমলেন্দু বাগ্‌চী
কাহিনী অতুলচন্দ্ৰ হাজৰিকা
প্ৰযোজক ভাস্কৰ চিত্ৰকলা কো-অপাৰেটিভ লিমিটেড, নলবাৰী
অভিনয়ত ফণী শৰ্মা
জ্ঞানদা কাকতি
ইভা আচাও
চিত্ৰগ্ৰহণকাৰী নলীন দুৱৰা
সম্পাদনা শিৱ ভট্টাচাৰ্য
সংগীত পৰিচালক ব্ৰজেন বৰুৱা
প্ৰযোজনা
কোম্পানী
ইষ্ট ইণ্ডিয়া ষ্টুডিঅ', টালিগঞ্জ, কলিকতা
পৰিবেশক কাপুৰ চন্দ, গুৱাহাটী
মুক্তি
১৯৬১
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া
বাজেট ১,৫০,০০০ টকা (প্ৰায়)

নৰকাসুৰ নিপ বৰুৱা পৰিচালিত আৰু ১৯৬২ চনত মুক্তি পোৱা এখন পৌৰাণিক কথাছবি। অতুলচন্দ্ৰ হাজৰিকাৰ নাটক 'নৰকাসুৰ'ৰ ওপৰত ভিত্তি কৰি এই চলচ্চিত্ৰৰ চিত্ৰনাট্য লিখা হৈছিল। ছবিখনত প্ৰাগজ্যোতিষপুৰঅসুৰ ৰজা নৰকাসুৰৰ উপৰিও বীৰ ঘটোৎকচ আৰু বাণৰজাৰ কথাও আছে।

'নৰকাসুৰ'ৰ এটা প্ৰিণ্ট ছবি পৰিবেশক সদা চৌধুৰীৰ লগত আছে, কিন্তু ছবিখনৰ দুটা জনপ্ৰিয় গীত সেই প্ৰিণ্টটোত নাই। এই প্ৰিণ্টটোকে গুৱাহাটী দূৰদৰ্শনত দেখুওৱা হৈছিল।[1]

নিৰ্মাণৰ আঁৰৰ কাহিনী[সম্পাদনা কৰক]


ছবিখনৰ কাহিনী[সম্পাদনা কৰক]


অভিনয়ত[সম্পাদনা কৰক]

গীত[সম্পাদনা কৰক]

'নৰকাসুৰ'ৰ সংগীত পৰিচালনা আছিল ব্ৰজেন বৰুৱাৰ।[2] কণ্ঠদান কৰিছিল ব্ৰজেন বৰুৱা, তৰুলতা দাস, মিনু দাস, মীৰা চেতাৰ্জী আৰু বহুতে।

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকন্ঠশিল্পী দৈৰ্ঘ্য
1. "নামে যৌৱন অলকানন্দা তাৰ চৰণধ্বনি ৰিনিজিনি শুনি ৰুণু জুন কিঙ্কিণী চন্দা"  কেশৱ মহন্ততৰুলতা দাস, মিনু দাস, মীৰা চেতাৰ্জী  
2. "শুনৰে চেকুৰা ক’তে যাবি মন তই উচুপি নাকান্দিবি"  কেশৱ মহন্ততৰুলতা দাস  

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 দাস, অৰুণলোচন (২০০১). বাৰ উভতি চাওঁ. শিশুসাৰথি প্ৰকাশন, গুৱাহাটী. 
  2. Babul Das (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃষ্ঠা. 85. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

ইউটিউৱত নৰকাসুৰ ছবি