১০ নৱেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(নৱেম্বৰ ১০ৰ পৰা পুনঃনিৰ্দেশিত)
১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬
১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩
২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০

১০ নৱেম্বৰ (ইংৰাজী: 10 November) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩১৪তম (অধিবৰ্ষত ৩১৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৫১টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৬৫৯ – প্ৰতাপগড়ৰ যুদ্ধত মাৰাঠা ৰজা চত্ৰপতি শিৱাজী মহাৰাজে আফজল খান, আদিলশাহীক হত্যা কৰে।
  • ১৯১৩ - গীতাঞ্জলি (কাব্যগ্ৰন্থ)ৰ বাবে কবিগুৰু ৰবীন্দ্ৰনাথ টেগৰলৈ সাহিত্যৰ নোবেল পুৰস্কাৰ ঘোষণা কৰা হয়।
  • ১৯৯০ - চন্দ্ৰ শেখৰে সমাজবাদী জনতা পাৰ্টি গঠন কৰি কংগ্ৰেছৰ সমৰ্থনত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ শপত লয়।
  • ১৯৭০ - ৰাছিয়াৰ লুনা-১৭ নামৰ মহাকাশযানখন চন্দ্ৰ অভিমুখে উৎক্ষেপণ কৰে। উল্লেখযোগ্য যে এই যানৰ জৰিয়তে ৰাছিয়াই চন্দ্ৰৰ মাটিত স্বয়ংচালিত চন্দ্ৰ ভ্ৰমণকাৰী যান লুনাখেদ-১ স্থাপন কৰে।

জন্ম[সম্পাদনা কৰক]

মৃত্যু[সম্পাদনা কৰক]

  • ১৯২৮ - অনিতা বাৰবাৰ, জাৰ্মান নৃত্যশিল্পী।
  • ১৯৯৪ - কুভেম্পু, ভাৰতীয় সাহিত্যিক।
  • কামাল পাছাৰ, আধুনিক তুৰস্কৰ প্ৰতিষ্ঠাতা তথা দক্ষ যোদ্ধা।

দিৱস[সম্পাদনা কৰক]

  • বিশ্ব কেৰাট’কনাছ দিৱস

বাহ্যিক সংযোগ[সম্পাদনা কৰক]