ন'বেল বঁটা বিজয়ী (শান্তি)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ন'বেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল। শান্তিৰ বাবে ন'বেল লাভ কৰা ব্যক্তিৰ তালিকা ইয়াত ৰখা হৈছে।

বৰ্ষ আলোকচিত্ৰ বিজেতা নাগৰিকত্ব অৱদান
২০১২
Flag of Europe.svg
ইউৰোপীয় সংঘ
(European Union)
ছয় দশকতকৈও বেছি সময় ধৰি ইউৰোপত গণতন্ত্ৰ, মানৱ অধিকাৰ লগতে শান্তি আৰু সম্প্ৰীতি অটুট ৰখাৰ বাবে কাৰ্যৰত হৈ থকাৰ বাবে ("for over six decades contributed to the advancement of peace and reconciliation, democracy and human rights in Europe".)[1]
২০১১
Ellen Johnson-Sirleaf, April 2010.jpg
ইলিন জনছন ছাৰ্লিফ
(Ellen Johnson Sirleaf)
 লাইবেৰিয়া "নাৰীৰ নিৰাপত্তা আৰু অধিকাৰৰ বাবে অহিংস সংগ্ৰাম চলাই যোৱাৰ পৰা শান্তি প্ৰতিষ্ঠাৰ কাৰ্যত কৰা পূৰ্ণ অংশগ্ৰহনৰ বাবে" ("for their non-violent struggle for the safety of women and for women’s rights to full participation in peace-building work".)[2]
Leymah-gbowee-at-emu-press-conference.jpg
লিমা বয়ি
(Leymah Gbowee)
 লাইবেৰিয়া
Tawakkul Karman (Munich Security Conference 2012).jpg
টৱাক্ক'ল কেৰমেন
(Tawakkol Karman)
 য়েমেন
 তুৰ্কী
২০১০
Xxx.jpg
লিউ ঝিয়াব'
(Liu Xiaobo)
 চীন "চীনত মৌলিক মানৱাধিকাৰৰ বাবে চলাই যোৱা সুদীৰ্ঘ অহিংস সংগ্ৰামৰ বাবে" ("for his long and non-violent struggle for fundamental human rights in China".)[3]
অসমাপ্ত তালিকা

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "The Nobel Peace Prize 2012". Nobelprize.org. 12 Oct 2012 http://www.nobelprize.org/nobel_prizes/peace/laureates/2012/
  2. "The Nobel Peace Prize 2011". Nobelprize.org. 24 Oct 2012 http://www.nobelprize.org/nobel_prizes/peace/laureates/2011/
  3. "The Nobel Peace Prize 2010". Nobelprize.org. 24 Oct 2012 http://www.nobelprize.org/nobel_prizes/peace/laureates/2010/

বাহ্যিক সংযোগ[সম্পাদনা কৰক]