ন'বেল বঁটা (২০১২)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ন'বেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল। ২০১২ বৰ্ষত নিম্নোক্ত সকললৈ এই বঁটা আগবঢ়োৱা হৈছে।

# শাখা আলোকচিত্ৰ বিজেতা নাগৰিকত্ব অৱদান
পদাৰ্থ বিজ্ঞান
Serge Haroche - Théâtre de la Commune d'Aubervilliers - 4 mai 2009.jpg
ছেৰ্গে হেৰোচি
(Serge Haroche)
 ফ্ৰান্স স্বতন্ত্ৰ কোৱাণ্টাম ব্যৱস্থাৰ মাপ আৰু পৰিচালনাৰ ক্ষেত্ৰত অনা বৈপ্লৱিক প্ৰায়োগিক পদ্ধতি (ground-breaking experimental methods that enable measuring and manipulation of individual quantum systems)"[1]
David Wineland 2008.jpg
ডেভিড জে. ৱাইনলেণ্ড
(David J. Wineland)
 মাৰ্কিন যুক্তৰাষ্ট্ৰ
ৰসায়ন বিজ্ঞান
Lefkowitz3.jpg
ৰবাৰ্ট জে. লেফ্‌ক'ৱিজ
(Robert J. Lefkowitz)
 মাৰ্কিন যুক্তৰাষ্ট্ৰ G-প্ৰ'টিন একত্ৰিত ৰিচেপ্টৰ সম্বন্ধীয় গৱেষণা ("for studies of G-protein-coupled receptors")[2]
Brian Kobilka (649437151).jpg
ব্ৰায়ান কে. ক'বিল্‌কা
(Brian K. Kobilka)
 মাৰ্কিন যুক্তৰাষ্ট্ৰ
ফিজিঅ'লজী বা মেডিচিন
John Gurdon Cambridge 2012.JPG
ছাৰ জন বি. গৰ্ডন
(Sir John B. Gurdon)
 যুক্তৰাজ্য এওঁলোকে আৱিষ্কাৰ কৰিছিল যে পৰিণত কোষকো পুনৰ প্ৰ'গ্ৰাম কৰি প্লুৰিপ'টেণ্ট কোষত পৰিণত কৰিব পৰা যায় ("for the discovery that mature cells can be reprogrammed to become pluripotent")[3]
Xxx.jpg
শ্বিন্যা য়ামানাকা
(Shinya Yamanaka)
 জাপান
সাহিত্য
MoYan Hamburg 2008.jpg
মো য়ান
(Mo Yan)
 চীন যিজনে দৃষ্টিভ্ৰমিত বাস্তৱতাৰে লোক-সাধু, বুৰঞ্জী আৰু সমসাময়িকক বান্ধি ৰাখিবলৈ সক্ষম ("who with hallucinatory realism merges folk tales, history and the contemporary").[4]
শান্তিৰ ন'বেল বঁটা
Flag of Europe.svg
ইউৰোপীয় সংঘ
(European Union)
ছয় দশকতকৈও বেছি সময় ধৰি ইউৰোপত গণতন্ত্ৰ, মানৱ অধিকাৰ লগতে শান্তি আৰু সম্প্ৰীতি অটুট ৰখাৰ বাবে কাৰ্যৰত হৈ থকাৰ বাবে ("for over six decades contributed to the advancement of peace and reconciliation, democracy and human rights in Europe".)[5]
অৰ্থনীতি
Al Roth, Sydney Ideas lecture 2012d.jpg
এলভিন ই. ৰথ
(Alvin E. Roth)
 মাৰ্কিন যুক্তৰাষ্ট্ৰ সুস্থিৰ বণ্টন আৰু বজাৰ ৰূপাঙ্কনৰ আচৰণ তত্বৰ বাবে("for the theory of stable allocations and the practice of market design")[6]
Shapley, Lloyd (1923) crop.jpg
লয়ড এছ. ছেপ্‌লী
(Lloyd S. Shapley)
 মাৰ্কিন যুক্তৰাষ্ট্ৰ

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "The Nobel Prize in Physics 2012". Nobelprize.org. 11 Oct 2012 http://www.nobelprize.org/nobel_prizes/physics/laureates/2012/
  2. "The Nobel Prize in Chemistry 2012". Nobelprize.org. 11 Oct 2012 http://www.nobelprize.org/nobel_prizes/chemistry/laureates/2012/
  3. "The Nobel Prize in Physiology or Medicine 2012". Nobelprize.org. 11 Oct 2012 http://www.nobelprize.org/nobel_prizes/medicine/laureates/2012/
  4. "The Nobel Prize in Literature 2012". Nobelprize.org. 11 Oct 2012 http://www.nobelprize.org/nobel_prizes/literature/laureates/2012/
  5. "The Nobel Peace Prize 2012". Nobelprize.org. 12 Oct 2012 http://www.nobelprize.org/nobel_prizes/peace/laureates/2012/
  6. "The Prize in Economic Sciences 2012". Nobelprize.org. 24 Oct 2012 http://www.nobelprize.org/nobel_prizes/economics/laureates/2012/

বাহ্যিক সংযোগ[সম্পাদনা কৰক]