পখী (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পখী
(And The River Flows…)

চলচ্চিত্ৰখনৰ এটা স্ক্ৰীনশ্বট
পৰিচালক জাহ্নু বৰুৱা[1]
ৰচনা জাহ্নু বৰুৱা
প্ৰযোজক শৈলধৰ বৰুৱা
অভিনয়ত বিষ্ণু খাৰঘৰীয়া
হৰমোহন দাস
গাৰ্গী
বিনা পটংগীয়া
ৰাজীৱ ক্ৰ'
গোপাল খাৰঘৰীয়া
সঞ্জয় খাৰঘৰীয়া
ৰীতা দাস বৰুৱা
চিত্ৰগ্ৰহণকাৰী পি. ৰঞ্জন
সম্পাদনা হেউ-এন বৰুৱা
সংগীত পৰিচালক ৱাই. এছ. মূল্কী
পৰিবেশক ডলফিন ফিল্মছ প্ৰাইভেট লিমিটেড
মুক্তি
৭ এপ্ৰিল, ২০০০[1]
দেশ  ভাৰত
ভাষা অসমীয়া ভাষা

পখী (ইংৰাজী: Pokhi) হৈছে জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ২০০০ চনত এই ছবিখন মুক্তি দিয়া হয়। ২০০০ চনত এই চলচ্চিত্ৰখনে আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে।[2][3]

প্ল'ট[সম্পাদনা কৰক]

চলচ্চিত্ৰখনৰ কাহিনীটো পখী নামৰ ছোৱালী এজনীৰ ওপৰত কেন্দ্ৰিত। পিতৃ-মাতৃহীন পখীক তাইৰ খুড়াক আৰু খুড়ীয়েকে ডাঙৰ-দীঘল কৰে। তেওঁলোকে অসমৰ এখন ভিতৰুৱা গাঁৱত বাস কৰে। পখীৰ খুড়াক-খুড়ীয়েক চহৰলৈ গুচি যায় আৰু পখীক ল'ৰা-ছোৱালী নথকা এটা সম্ভ্ৰান্ত পৰিয়ালৰ হাতত থৈ যায়।[1]

অভিনয়ত[সম্পাদনা কৰক]

ক্ৰম অভিনেতা / অভিনেত্ৰীৰ নাম চৰিত্ৰ
বিষ্ণু খাৰঘৰীয়া .....
হৰমোহন দাস .....
গাৰ্গী ......
বিনা পটংগীয়া .....
ৰাজীৱ ক্ৰ' ......
গোপাল খাৰঘৰীয়া ......
সঞ্জয় খাৰঘৰীয়া ....
ৰীতা দাস বৰুৱা ....

কাৰিকৰী খুঁটি-নাটি[সম্পাদনা কৰক]

  • ফিল্ম: ৩৫ মিমি
  • পৰ্দাৰ অনুপাত: ১:১.৬৬[1]

লগতে চাওক[সম্পাদনা কৰক]


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 "পখী (চলচ্চিত্ৰ)ৰ প্ল'ট". Jahnu Barua. ২০১১. Archived from the original on October 21, 2012. https://web.archive.org/web/20121021064006/http://www.jahnubarua.com/import/andtheriverflows.html। আহৰণ কৰা হৈছে: October 13, 2012. 
  2. "A Cinematic Ode To Blemished Childhood". The Financial Express. Mar 16, 2003. http://www.financialexpress.com/printer/news/76246/। আহৰণ কৰা হৈছে: 25 February 2010. 
  3. Biswas, Pradip (Friday, May 30, 2003). "Jahnu Barua’s Assamese film ridicules juvenile home". Screen India. http://www.screenindia.com/old/fullstory.php?content_id=4098। আহৰণ কৰা হৈছে: 25 February 2010.