পদ্ম ভূষণ
অসমীয়া ৱিকিপিডিয়াৰ পৰা
| পদ্মভূষণ | ||
| বঁটাৰ তথ্য | ||
|---|---|---|
| প্ৰকাৰ | অসামৰিক | |
| শ্ৰেণী | ৰাষ্ট্ৰীয় | |
| প্ৰতিষ্ঠা | ১৯৫৪ | |
| প্ৰথমবাৰ প্ৰদান | ১৯৫৪ | |
| অন্তিমবাৰ প্ৰদান | ২০১২ | |
| মুঠ প্ৰদানৰ সংখ্যা | ১১১১ | |
| প্ৰদানকৰ্তা | ভাৰত চৰকাৰ | |
| বঁটাৰ মৰ্যদা | ||
| পদ্ম বিভূষণ ← পদ্মভূষণ → পদ্মশ্ৰী | ||
পদ্মভূষণ (হিন্দী: पद्म भूषण) পদ্ম সন্মানসমূহৰ ভিতৰত এই সন্মান তৃতীয় স্থানত৷ ইয়াৰ স্মাৰকটোও পদ্ম বিভূষণ থকা স্মাৰকটোৰ দৰেই৷ ইয়াৰ ট্ৰফিটোৰ মাজত সোণৰ বগা পাত চৰোৱা, তিনিটা পাহিৰ সৈতে এপাহ পদুম ফুলৰ প্ৰতীক খোদিত কৰা হয়৷ আনটো ফালে ৰাষ্ট্ৰীয় প্ৰতীকটো অংকন কৰা থাকে৷
সূচী |
ইতিহাস [সম্পাদনা কৰক]
পদ্মভূষণ সন্মানটো ১৯৫৪ চনৰ ২ জানুৱাৰীত ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰবৰ্তন কৰা হৈছিল৷ দেশৰ হকে থকা যিকোনো ক্ষেত্ৰতে ভাল তথা বিৰল কামেৰে ৰাষ্ট্ৰৰ উন্নতি সাধন কৰা ব্যক্তিলৈ এই পুৰস্কাৰ আগবঢ়োৱা হয়৷ ২০১০ চনৰ জানুৱাৰী মাহলৈকে ১১১১ জন ব্যক্তিলৈ এই সন্মান আগবঢ়োৱা হৈছে৷ [1][2]
পদ্মভূষণ সন্মান লাভ কৰা ব্যক্তিসকল [সম্পাদনা কৰক]
- পদ্মভূষণ বঁটা লাভ কৰা ব্যক্তিৰ তালিকা (১৯৫৪-১৯৫৯)
- পদ্মভূষণ বঁটা লাভ কৰা ব্যক্তিৰ তালিকা (১৯৬০–১৯৬৯)
- পদ্মভূষণ বঁটা লাভ কৰা ব্যক্তিৰ তালিকা (১৯৭০–১৯৭৯)
- পদ্মভূষণ বঁটা লাভ কৰা ব্যক্তিৰ তালিকা (১৯৮০–১৯৮৯)
- পদ্মভূষণ বঁটা লাভ কৰা ব্যক্তিৰ তালিকা (১৯৯০–১৯৯৯)
- পদ্মভূষণ বঁটা লাভ কৰা ব্যক্তিৰ তালিকা (২০০০–২০০৯)
- পদ্মভূষণ বঁটা লাভ কৰা ব্যক্তিৰ তালিকা (২০১০–২০১৯)
তথ্য সংগ্ৰহ [সম্পাদনা কৰক]
- ↑ "Padma Bhushan Awardees". Ministry of Communications and Information Technology. http://india.gov.in/myindia/padmabhushan_awards_list1.php। আহৰণ কৰা হৈছে: 2009-06-28.
- ↑ "This Year's Padma Awards announced" (Press release). Ministry of Home Affairs. 25 January 2010. http://www.pib.nic.in/release/release.asp?relid=57307। আহৰণ কৰা হৈছে: 25 January 2010.
বাহ্যিক সংযোগ [সম্পাদনা কৰক]
| ৱিকিমিডিয়া কমন্সত ‘পদ্ম ভূষণ’ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- "Padma Awards". Ministry of Communications and Information Technology. http://india.gov.in/myindia/padma_awards.php.
- "Padma Awards Directory (1954-2009)". Ministry of Home Affairs. http://www.mha.nic.in/pdfs/LST-PDAWD.pdf.
- "Padma Awards Directory (2010)". Ministry of Home Affairs. http://www.mha.nic.in/pdfs/PadmaAwd2010.pdf.
|
||||||||||||||||||||||||||||||||||||||||
