পলে পলে উৰে মন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পলে পলে উৰে মন
'Pole pole ure mon'
পলে পলে উৰে মনৰ এটি দৃশ্যত বৰষা
পৰিচালক তিমথী দাস হাঞ্চে
কাহিনী তিমথী দাস হাঞ্চে
প্ৰযোজক ফুকন কোঁৱৰ
পূৰ্ণানন্দ গগৈ
বিউটি বৰুৱা
অভিনয়ত নিপন গোস্বামী
বৰষা ৰাণী বিষয়া
গায়ত্ৰী মহন্ত
ৰবি শৰ্মা
ৰিম্পী দাস
পৰিণীতা বৰঠাকুৰ
তৰুণ অৰোৰা
চিত্ৰগ্ৰহণকাৰী শিৱানন বৰুৱা
সম্পাদনা দেৱাংকৰ বৰগোহাঁই
নিৰঞ্জন গগৈ
সংগীত পৰিচালক তিমথী দাস হাঞ্চে
বিমান বৰুৱা
অৰূপ দত্ত
প্ৰযোজনা
কোম্পানী
হিলছ ম'চন পিকছাৰ এছ'চিয়েচন, ডিফু
মুক্তি
২০ মে, ২০১১
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

পলে পলে উৰে মন হৈছে ২০১১ চনৰ ২০ মে তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰডিফুৰ হিলছ ম'চন পিকছাৰ এছ'চিয়েচনৰ বেনাৰত ফুকন কোঁৱৰ, পূৰ্ণানন্দ গগৈ আৰু বিউটি বৰুৱা প্ৰযোজিত ছবিখনৰ পৰিচালনা তিমথী দাস হাঞ্চেৰ। ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰা শিল্পী সকল হৈছে নিপন গোস্বামী, বৰষা ৰাণী বিষয়া, ৰবি শৰ্মা, ৰিম্পী দাস, পৰিণীতা, তৰুণ অৰোৰা, মলয়া গোস্বামী ইত্যাদি। উল্লেখযোগ্য যে বলিউডৰ অভিনেতা ৰাজা মুৰাদ আৰু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়েও ছবিখনত ভূমুকি মাৰে।[1]

প্লট[সম্পাদনা কৰক]

অভিনয় শিল্পী[সম্পাদনা কৰক]

মুক্তি[সম্পাদনা কৰক]

ছবিখনে ২০১১ চনৰ ২০ মে তাৰিখে মুক্তি লাভ কৰে।

বিতৰ্ক[সম্পাদনা কৰক]

সংগীত[সম্পাদনা কৰক]

পলে পলে উৰে মন
তিমথী দাস হাঞ্চেৰ
বোলছবি
মুক্তি ২০১১
শৈলী/ধৰণ বোলছবি সংগীত
লেবেল হিলছ ম'চন পিকছাৰ এছ'চিয়েচন, ডিফু


পলে পলে উৰে মনৰ সংগীত পৰিচালক তিমথী দাস হাঞ্চে, বিমান বৰুৱা আৰু অৰূপ দত্ত। ডo ভূপেন হাজৰিকাৰ "মানুহে মানুহৰ বাবে" শীৰ্ষক গীতটিও বোলছবিখনত শিশুশিল্পী আস্থাজিতা বৰদলৈয়ে গাইছে।

গীতৰ তালিকা
নং শিৰোনামগায়ক/গায়িকা দৈৰ্ঘ্য
1. "পইতা ভাত"  জুবিন গাৰ্গ  
2. "প্ৰতি পলে"  জুবিন গাৰ্গ, সুবাসনা দত্ত  
3. "কিয় বাৰু উদাস"  শান  
4. "জীৱন মৰুত"  পৰিণীতা বৰঠাকুৰ  
5. "এতিয়া নাহিবা"  শান  
6. "আজিৰ এই মিঠা"  অলকা য়াগনিক  
7. "সপোনত ক'বা"  শান, অলকা য়াগনিক  
8. "মানুহে মানুহৰ বাবে"  আস্থাজিতা বৰদলৈ  
9. "বৰ বৰ মানুহৰ"  আদনান সামী  

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Poley Poley Ure Mon- New big budget Assamese film launch postponed". Assam Journal. 10 December 2016. Archived from the original on 20 December 2016. https://web.archive.org/web/20161220094633/http://www.assamjournal.com/2011/03/poley-poley-ure-mon-new-big-budget.html। আহৰণ কৰা হৈছে: 10 December 2016.