পাখি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পাখি
Untitled


পাখি হৈছে ২০০০ চনত মুক্তিলাভ কৰা এখন অসমীয়া আধুনিক গীতৰ শ্ৰব্য এলবাম[1]এন কে প্ৰডাক্‌চনৰ বেনাৰত এলবামটি প্ৰযোজনা কৰে দেব কুমাৰে।[1] জুবিন গাৰ্গে সংগীত পৰিচালনা আৰু সংগীত ব্যৱস্হাপনা কৰা এলবামটিৰ গীতৰ কথা জুবিন গাৰ্গ আৰু দিগন্ত কলিতাৰ। গীতকেইটিৰ মূল কণ্ঠ জুবিন গাৰ্গ, সহযোগী শিল্পী মন্দাকিনী আৰু প্ৰণিতা।[2] জুবিনে এলবামটো প্ৰয়াত মাক ইলি বৰঠাকুৰৰ নামত উচৰ্গা কৰিছিল।[3] মুক্তিৰ লগে লগেই এলবামটি জনপ্ৰিয় হয় আৰু গীতকেইটিৰ জনপ্ৰিয়তা এতিয়াও অক্ষুণ্ণ আছে।

গীতৰ তালিকা[সম্পাদনা কৰক]

এলবামটিত মুঠ ৮ টা গীত আছে। গীতসমূহ হ'ল[2]-

গীতৰ তালিকা
নং শিৰোনামগীতিকাৰগায়ক/গায়িকা দৈৰ্ঘ্য
1. "পাখি পাখি এই মন"  জুবিন গাৰ্গজুবিন গাৰ্গ  
2. "আহে বা নাহে"  দিগন্ত কলিতাজুবিন গাৰ্গ  
3. "দুগালতে যেন"  জুবিন গাৰ্গজুবিন গাৰ্গ, প্ৰণিতা  
4. "তুমি দিনৰ তুমি ৰাতিৰ"  জুবিন গাৰ্গজুবিন গাৰ্গ  
5. "শিকলি ছিঙি"  জুবিন গাৰ্গজুবিন গাৰ্গ, মন্দাকিনী  
6. "পাখি মেলি দিয়ে"  দিগন্ত কলিতাজুবিন গাৰ্গ  
7. "চকু মেলা কথা"  জুবিন গাৰ্গজুবিন গাৰ্গ  
8. "আঙুলি কাটিলোঁ"  দিগন্ত কলিতাজুবিন গাৰ্গ  

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 "Zubeen Garg". Net Library. http://netlibrary.net/articles/zubeen_garg। আহৰণ কৰা হৈছে: 5 মাৰ্চ 2015. 
  2. 2.0 2.1 "Pakhi". Music India Online. Archived from the original on 2015-03-17. https://web.archive.org/web/20150317235129/http://mio.to/album/Pakhi। আহৰণ কৰা হৈছে: 5 মাৰ্চ 2015. 
  3. "Zubeen Garg". Online Sivasagar. http://onlinesivasagar.com/music/zubeen-garg.html। আহৰণ কৰা হৈছে: 5 মাৰ্চ 2015. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]