পিয়েৰ দি ফাৰ্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(পিয়েৰী দি ফাৰ্মাৰ পৰা পুনঃনিৰ্দেশিত)
পিয়েৰ দি ফাৰ্মা

জন্ম ১৬০৭ চনৰ ৩১ অক্টোবৰ আৰু ৬ ডিচেম্বৰৰ মাজৰ সময়ছোৱাত[1]
Beaumont-de-Lomagne, ফ্ৰান্স
মৃত্যু ১২ জানুৱাৰী, ১৬৬৫
(৫৭ বছৰ বয়সত)
Castres, ফ্ৰান্স
ক্ষেত্ৰ গণিত আৰু আইন
জনা যায় Contributions to number theory, analytic geometry, probability theory
Folium of Descartes
Fermat's principle
Fermat's little theorem
ফাৰ্মাৰ অন্তিম উপপাদ্য
Adequality
Fermat's "difference quotient" method[2]
(See full list)
প্ৰভাৱ François Viète, Gerolamo Cardano, Diophantus

পিয়েৰ দি ফাৰ্মা (ফৰাচী: [pjɛːʁ də fɛʁma]; 17[3] আগষ্ট ১৬০১ বা ১৬০৭[1] – ১২ জানুৱাৰী ১৬৬৫) আছিল ফ্ৰান্সৰ ToulouseParlementত এজন ফৰাছী অধিবক্তা। তেওঁ চখৰ বাবে আজৰি সময়ত গণিত কৰিছিল। ফাৰ্মাক কৃতিত্ব দিয়া হয় তেওঁৰ প্ৰায় সমান(ইংৰাজী:adequality) কৌশলকে ধৰি অৱদানৰ বাবে যিয়ে নেকি infinitesimal calculusৰ সৃষ্টিত আঁত ধৰিছিল। বিশেষকৈ সংখ্যা তত্ব(ইংৰাজী:number theory)ত গৱেষণা তথা বক্ৰৰেখাৰ বৃহত্তম আৰু ক্ষুদ্ৰতম ordinate নিৰ্ণয় কৰাৰ কাৰণে এটা মৌলিক পদ্ধতিৰ আৱিস্কাৰৰ বাবে তেওঁক স্বীকৃতি প্ৰদান কৰা হয়- যি পদ্ধতি সেই সময়ত অজ্ঞাত অৱকলন গণিত(ইংৰাজী:differential calculus)ৰ সদৃশ আছিল। তদুপৰি analytic geometry, সম্ভাৱিতা আৰু পোহৰ বিজ্ঞান লৈ তেওঁ ঊল্লেখনীয় অৱদান দি থৈ গৈছে। তেওঁৰ নামেৰে থকা ফাৰ্মাৰ অন্তিম উপপাদ্যৰ বাবে তেওঁ সকলোতকৈ জনাজাত, যিটো তেওঁ Diophantus' Arithmeticaৰ এখন বহীৰ সীমাত এটা টোকাত বৰ্ণনা কৰি থৈ গৈছিল।এওঁক ৰেনে ডেকাৰ্টে়ৰ সৈতে যুটীয়াকৈ আধুনিক সংখ্যাতত্ত্বৰ আৰু ব্লেইজ পাস্কেলৰ সৈতে যুটীয়াকৈ আধুনিক সম্ভাৱিতাৰ জনক আখ্যা দিয়া হয়।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 When was Pierre de Fermat Born? Mathematical Association of America webpage with references
  2. Benson, Donald C. (2003). A Smoother Pebble: Mathematical Explorations, Oxford University Press, p. 176.
  3. Křížek, M.; Luca, Florian; Somer, Lawrence (2001). 17 lectures on Fermat numbers: from number theory to geometry. CMS books in mathematics. Springer. পৃষ্ঠা. v. ISBN 978-0-387-95332-8.