পিয়েৰী দি ফাৰ্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Pierre de Fermat

Pierre de Fermat
জন্ম 1601[1]
Beaumont-de-Lomagne, France
মৃত্যু 1665 Jan 12
Castres, France
বাসস্থান France
জাতীয়তা French
ক্ষেত্ৰ Mathematics and Law
জনা যায় Number theory
Analytic geometry
Fermat's principle
Probability
Fermat's Last Theorem
Adequality
প্ৰভাৱ François Viète

পিয়েৰী দি ফাৰ্মা (French: [pjɛːʁ dəfɛʁma]; 17[2] আগষ্ট ১৬০১ বা ১৬০৭[1] – ১২ জানুৱাৰী ১৬৬৫) আছিল ফ্ৰান্সৰ ToulouseParlementত এজন ফৰাছী অধিবক্তা। তেওঁ চখৰ বাবে আজৰি সময়ত গণিত কৰিছিল। ফাৰ্মাক কৃতিত্ব দিয়া হয় তেওঁৰ প্ৰায় সমান(ইংৰাজী:adequality) কৌশলকে ধৰি অৱদানৰ বাবে যিয়ে নেকি infinitesimal calculusৰ সৃষ্টিত আঁত ধৰিছিল। বিশেষকৈ সংখ্যা তত্ব(ইংৰাজী:number theory)ত গৱেষণা তথা বক্ৰৰেখাৰ বৃহত্তম আৰু ক্ষুদ্ৰতম ordinate নিৰ্ণয় কৰাৰ কাৰণে এটা মৌলিক পদ্ধতিৰ আৱিস্কাৰৰ বাবে তেওঁক স্বীকৃতি প্ৰদান কৰা হয়- যি পদ্ধতি সেই সময়ত অজ্ঞাত অৱকলন গণিত(ইংৰাজী:differential calculus)ৰ সদৃশ আছিল। তদুপৰি analytic geometry, সম্ভাৱিতা আৰু পোহৰ বিজ্ঞান লৈ তেওঁ ঊল্লেখনীয় অৱদান দি থৈ গৈছে। তেওঁৰ নামেৰে থকা ফাৰ্মাৰ শেষ ঊপপাদ্যৰ বাবে তেওঁ সকলোতকৈ জনাজাত, যিটো তেওঁ Diophantus' Arithmeticaৰ এখন বহীৰ সীমাত এটা টোকাত বৰ্ণনা কৰি থৈ গৈছিল।এওঁক ৰেনে ডেকাৰ্টে়ৰ সৈতে যুটীয়াকৈ আধুনিক সংখ্যাতত্ত্বৰ আৰু ব্লেইজ পাস্কেলৰ সৈতে যুটীয়াকৈ আধুনিক সম্ভাৱিতাৰ জনক আখ্যা দিয়া হয়।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 "Pierre de Fermat". The Mactutor History of Mathematics. http://www-gap.dcs.st-and.ac.uk/~history/Printonly/Fermat.html। আহৰণ কৰা হৈছে: 29 May 2013. 
  2. Křížek, M.; Luca, Florian; Somer, Lawrence (2001). 17 lectures on Fermat numbers: from number theory to geometry. CMS books in mathematics. Springer. পৃষ্ঠা. v. ISBN 978-0-387-95332-8.