পোগোজ স্কুল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পোগোজ স্কুল
স্থাপিত ১৯৪৮
ধৰণ বেচৰকাৰী বিদ্যালয়
প্ৰধান শিক্ষক ছৈয়দ জ়ুলফিকাৰ আলম চৌধুৰী
(৪ আগষ্ট ২০১০ৰ পৰা)
শিক্ষাৰ্থী ১৫০০ প্ৰায়
স্থান চিত্তৰঞ্জন এভিনিউ, ঢাকা-১১০০
বাংলাদেশ
চৌহদ ৫ একৰ (২০,০০০ বৰ্গমিটাৰ)

পোগোজ স্কুল (ইংৰাজী: Pogose School) বাংলাদেশৰ প্ৰাচীনতম বিদ্যালয়ৰ ভিতৰত অন্যতম। ১৮৪৮ চনৰ ১২ জুনত প্ৰতিষ্ঠাত এই বিদ্যালয়খন ঢাকা চহৰত স্থাপিত দেশখনৰ প্ৰথম বেচৰকাৰী বিদ্যালয়। পোগোজ স্কুলৰ প্ৰতিষ্ঠা কৰে এন. পি. পোগোজ বা নিকি পোগোজ, যি আছিল এজন আৰ্মেনীয় ব্যৱসায়ী, জমিদাৰ তথা ঢাকাৰ এজন প্ৰভাবশালী ব্যক্তি।