পৰিধি

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা


পৰিধি
Pi eq C over d as.svg
ইয়াৰ ‘d’ য়ে ব্যাস আৰু ‘C’ য়ে পৰিধিক বুজাইছে

এদাল আৱদ্ধ বক্ৰৰেখাৰ সীমান্তৰ সমান দৈৰ্ঘ্যকে তাৰ পৰিধি বোলা হয়।

[সম্পাদনা কৰক] বৃত্তৰ পৰিধি

এটা বৃত্তৰ পৰিধি তাৰ ব্যাসৰ পৰা নিৰ্ণয় কৰা হয়:-


c = \pi \cdot d

অথবা, ব্যাসৰ পৰিবৰ্তে ব্যাসাৰ্ধৰ পৰাও পৰিধি নিৰ্ণয় কৰা যায়:


c = 2\pi \cdot r


যেতিয়া ব্যাস ১ হয়, তেনেহ’লে ইয়াৰ পৰিধি ২ পাইৰ সমান।

[সম্পাদনা কৰক] বাহ্যিক সংযোগ

ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত