ফুটবল

অসমীয়া ৱিকিপিডিয়াৰ পৰা


ফুটবল
Football4.png
ফুটবল খেলাৰ দৃশ্য
সৰ্বোচ্চ পৰিচালনা সংস্থা আন্তৰ্জাতিক ফুটবল ফেডাৰেছন
অন্য নাম ফুটবল
বৈশিষ্ট্য
সংস্পৰ্শ হয়
দলৰ সদস্য ১১জন খেলুৱৈ
বৰ্গীকৰণ বহিঃ বা অন্তঃ
উপকৰণ ফুটবল

ফুটবল (ইংৰাজী: Football) এবিধ বহিঃ ক্ৰীড়া। ফুটবলৰ আন এটা নাম "চকাৰ" (soccer)। বৰ্তমান এই খেল পৃথিৱীৰ জনপ্ৰিয় খেলসমূহৰ মাজত অন্যতম। ফুটবলত প্ৰত্যক দলত ১১ জনকৈ আৰু তিনিজন অতিৰিক্ত খেলুৱৈ থাকে। ফুটবল নামটোৰ উৎপত্তি হৈছে "ফুট" আৰু "বল" শব্দ দুটাৰ পৰা। অৰ্থাৎ ভৰিৰে খেলা বল। এই খেলৰ আৰম্ভনি ইটালিফ্লৰেন্সত হৈছিল।


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]