বঙাল পুখুৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বঙাল পুখুৰী

বঙাল পুখুৰী (ইংৰাজী: Bangal Pukhuri) হৈছে অসমযোৰহাট জিলাত অৱস্থিত এটা ঐতিহাসিক পুখুৰী।[1] এই পুখুৰীটো যোৰহাট নগৰৰ দক্ষিণত ন-আলিৰ ওচৰত অৱস্থিত।[1][2]

ইতিহাস[সম্পাদনা কৰক]

বদন বৰফুকন আহোম ৰাজ্যৰ এজন বিষয়া আছিল। তেওঁ নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ বাবে বাৰ্মাৰ পৰা সৈন্য আনিছিল আৰু সাধাৰণ জনতাক নানা অত্যাচাৰ কৰিছিল।[3] সেয়ে, ১৭৩৯ শকৰ (১৮১৮ চন) শাওণ মাহত বদন বৰফুকনে এই পুখুৰীটোত গা ধুবলৈ যাওঁতে ৰূপসিং বঙালে (চুবেদাৰ) তেওঁক হত্যা কৰিছিল।[4][2] ইয়াৰ বাবে ৰূপসিং বঙালক পুৰস্কাৰ হিচাপে টকা দিয়া হৈছিল। এই টকাৰে তেওঁ বৰ্তমানৰ ন-আলিৰ ওচৰত এই পুখুৰীটো পুনৰ খন্দাইছিল।

বঙাল পুখুৰীৰ পানী কোনো লোকে ব্যৱহাৰ নকৰে। কাৰণ মানুহ হত্যা কৰি পোৱা পুৰস্কাৰৰ পৰা এই পুখুৰীটো খন্দোৱা হৈছিল।[5][2]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 "All destination at a glance". Sulekha.com. Sulekha.com. http://travel.sulekha.com/jorhat-attractions.htm। আহৰণ কৰা হৈছে: January 09, 2013. [সংযোগবিহীন উৎস]
  2. 2.0 2.1 2.2 "Must See India: Bangalpukhari, Jorhat". Roam Space Travel Solutions Pvt Ltd. Archived from the original on March 27, 2013. https://web.archive.org/web/20130327171345/http://www.mustseeindia.com/Jorhat-Bangalpukhari/attraction/18978। আহৰণ কৰা হৈছে: January 09, 2013. 
  3. "Assam Online Portal". Govt. of Assam. Archived from the original on 2016-03-05. https://web.archive.org/web/20160305064959/http://online.assam.gov.in/history1?webcontentid=173375। আহৰণ কৰা হৈছে: 20 জুলাই 2013. 
  4. "Assam: Its Heritage and Culture - Candra Bhūṣaṇa - Google Books". Books.google.co.in. http://books.google.co.in/books?id=p_n-naXpdhkC&lpg=PA40&ots=X2G0NtduRM&dq=Badan%20assam&pg=PA40#v=onepage&q=Badan&f=false। আহৰণ কৰা হৈছে: 2013-05-04. 
  5. "Jorhat- Places of Interest". District Administration, Jorhat. http://jorhat.nic.in/places_of_interest.htm। আহৰণ কৰা হৈছে: 20 জুলাই 2013.