বাসুদেৱ দাসগুপ্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(বাসুদেব দাশগুপ্তৰ পৰা পুনঃনিৰ্দেশিত)
Basudeb Dasgupta
Image of Basudeb Dasgupta, a Bengali poet
Basudeb Dasgupta in Ashoknagar
জন্ম ৩১ ডিচেম্বৰ, ১৯৩৮
মৃত্যু ৩১ আগষ্ট, ২০০৫ (৬৬ বছৰ)
পেচা Novelist, Short Story Writer and School-teacher
সাহিত্যিক বিপ্লৱ Hungry generation

বাসুদেৱ দাসগুপ্ত বাংলা ভাষাত হাংৰি আন্দোলনৰ ছুটি গল্পকাৰ আৰু উপন্যাসিক। ১৯৩৮ চনৰ ৩১ ডিচেম্বৰত তেঁওৰ জন্ম হয়। মৃত্যু: ২০০৫ চনৰ ৩১ আগস্ট।

সাহিত্যকৃতি[সম্পাদনা কৰক]

  • উৎপাত (১৯৬২) উপন্যাস
  • ৰন্ধনশালা (১৯৬৫) ছুটি গল্প
  • খেলাধুলা (২০০৭) উপন্যাস
  • লেনি ব্ৰুস ও গোপাল ভাঁড়কে (২০০৯) ছুটি গল্প
  • ব্ৰেক ইয়ৰ চাইলেন্স (২০০৬) প্ৰবন্ধ
  • মৃত্যুগুহা থেকে প্ৰথম কিস্তি (১৯৮৭) উপন্যাস
  • বন্দী বাস্তবতা (১৯৮৬) বক্তৃতা সংকলন






তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  • কবিতীৰ্থ বাসুদেৱ দাসগুপ্ত সংখ্যা (২০০৬) - সম্পাদক উৎপল ভট্টাচাৰ্য।
  • হাংৰি শ্ৰুতি ও শাস্ত্ৰবিৰোধী আন্দোলন (১৯৮৬) - ড. উত্তম দাস। কলিকাতা বিশ্ববিদ্যালয়।
  • ক্ষুধিত প্ৰজন্ম (১৯৯৫) - ড. উত্তম দাস।
  • একালেৰ গদ্য-পদ্য আন্দোলনেৰ দলিল (১৯৭০) - সত্য গুহ।