বাৰ্তা:অৰিগামি

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

ইংৰাজী crane চৰাইবিধৰ নাম অসমীয়া নাম 'কনুবা' নেকি? http://www.languagereef.com/flashcards.php?lang=ASSAMESE&vocablist=BIRDS, এইটো ৱেবছাইটত এই নামটোকে পালো কাৰণে মই ব্যৱহাৰ কৰিছোঁ। বেলেগ অসমীয়া নাম আছে নেকি? উদ্দীপতালুকদাৰ ১৯:৪৬, ১৮ চেপ্তেম্বৰ ২০১১ (UTC)

'কনুগা'টোক মই 'সাৰেং' কৰি দিলো। সাৰেং চৰাই অসমীয়াত আছে। উদ্দীপতালুকদাৰ ১২:৪২, ১৯ চেপ্তেম্বৰ ২০১১ (UTC)