বাৰ্তা:অৰ্থনীতি

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা


বিষ্ণু শ‍ইকীয়া এই পৃষ্ঠাটো অলপ সলাব লাগিব।ইয়াত অৰ্থনীতিৰ ভাগ বুলি পুঁজিবাদ, সমাজবাদ আৰু মিশ্ৰঅৰ্থনীতিৰ কথা লিখা আছে।মোৰ মতে এই বোৰ অৰ্থব্যৱস্থাৰ ভাগত ৰাখিব লাগে।অৰ্থনীতিৰ ভাগ বুলি micro, macro, public finance িত্যাদি বোৰ দিয়া ভাল। নহলে মানুহৰ বুজাত খেলিমালি হ'ব পাৰে।দ্বিজেন মহন্ত 08:49, 4 মাৰ্চ 2012 (UTC)

মোৰ সম্পূৰ্ণ সমৰ্থন আছে| কিন্তু কাম কৰা মানুহ নাই যে| আপুনি অকলে পাৰিব জানো? বিষ্ণু শ‍ইকীয়া বাৰ্তা 08:51, 4 মাৰ্চ 2012 (UTC)

যিমান পাৰো কৰি যাওঁ। তাৰ পাছত কোনোবাই সংযোগ কৰিব চাগৈ।দ্বিজেন মহন্ত উত্তৰ 08:51, 4 মাৰ্চ 2012 (UTC)

ভাল, কিন্তু একেবাৰে সৰু অৱস্থাত নাৰাকিব দেই| ইংৰাজীখনৰো অলপ অলপ সহায় ল’ব| বিষ্ণু শ‍ইকীয়া বাৰ্তা 09:28, 4 মাৰ্চ 2012 (UTC)
বিষ্ণু শ‍ইকীয়া অলপ কাম কৰিলো।সম্পাদনা চলিথাকিলে সাঁচ এটাযে দি থয়, সেইটোকেনেকৈ দিয়ে নাজানিলো বাবে
{{cleanup}}এইটোকে লগাই থৈছো। পাৰিলে ঠিক কৰি দিবা।কাম আৰু দেধাৰ কৰিবলে আছে । আজি ফাকুৱা বাবে কলৈকো নগৈ অলপ কৰিলো।মতমত দিবা।
দ্বিজেন মহন্ত 12:40, 9 মাৰ্চ 2012 (UTC)
বিষ্ণু, হৈ গল সমস্যাৰ সমাধান।সাঁচটো পালো।: বাৰ্তাদ্বিজেন মহন্ত 13:16, 9 মাৰ্চ 2012 (UTC)

অৰ্থনীতিৰ সাঁচ এটা আনি থ’লো| অনুবাদ কৰিব লাগিব| ম‍ই পৰাখিনি কৰিম| আপোনালোকেও সহায় কৰিব| বিষ্ণু শ‍ইকীয়া বাৰ্তা 12:44, 5 মাৰ্চ 2012 (UTC)

অৰ্থনীতি

সাধাৰণ শ্ৰেণীসমূহ
Microeconomics · Macroeconomics
History of economic thought
Methodology · Mainstream & heterodox
Technical methods
Mathematical economics
Game theory  · Optimization
Computational · Econometrics
Experimental · National accounting
Fields and subfields

Behavioral · Cultural · Evolutionary
Growth · Development · History
International · Economic systems
Monetary and Financial economics
Public and Welfare economics
Health · Education · Welfare
Population · Labour · Managerial
Business · Information
Industrial organization · Law
Agricultural · Natural resource
Environmental · Ecological
Urban · Rural · Regional · Geography

তালিকাসমূহ

Journals · Publications
শ্ৰেণীসমূহ · বিষয় · অৰ্থনীতিবিদ

Business and Economics Portal