বাৰ্তা:আহোম ৰাজবংশ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

মূল ইংৰাজী প্ৰৱন্ধটো প্ৰকৃততে "আহোম বংশ" (Ahom Dynasty) শীৰ্ষকহে আছিল | অনুবাদ কৰোঁতে ভুলতে কোনোবাই "আহোম সাম্ৰাজ্য" (Ahom Kingdom) বুলি কৰি দিলে |

ব্লগৰপৰা কপি-পেষ্ট কৰা হৈছে।[সম্পাদনা কৰক]

১৪.৯৮.... আই.পি. ঠিকনাৰপৰা এই প্ৰৱন্ধত যোগ দিয়া কথাখিনি http://xugondhipokhila.blogspot.com/2011/02/blog-post.html এই লেখাৰপৰা কপি-পেষ্ট কৰা হৈছে। উদ্দীপতালুকদাৰ 08:30, 19 জানুৱাৰী 2012 (UTC)


কথাখিনি মই ইয়াৰপৰা নি "আহোম" প্ৰবন্ধত ভৰাই থৈছিলোঁ। তাৰপৰা মচি দিওঁ। Gitartha.bordoloi 09:00, 19 জানুৱাৰী 2012 (UTC)