বাৰ্তা:এলান ট্যুৰিং

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

টুৰিং নে টিউৰিং?[সম্পাদনা কৰক]

আমাৰ Formal Language and Automata Theory (FLAT) বুলি এটা বিষয় আছে। আমি কিন্ত টিচাৰ ষ্টুডেন্ট সকলোৱে সদায় "এলেন টিউৰিং" বুলিহে কওঁ। কোনটো শুদ্ধ? প্রভাকৰ শৰ্মা নেওগ (talk) 13:02, 16 আগষ্ট 2012 (UTC)

লেঠা আছে!! টিউৰিং আৰু টুৰিং দুয়োটা উচ্চাৰণকে পাইছোঁ। ইংৰাজী ৱিকিপিডিয়াৰ মতে টিউৰিং (juer-> as in tour), আনহাতে http://dictionary.reference.com/browse/turing পোৱা মতে tooring আৰু tjuering! কি কৰা যায়?উদ্দীপতালুকদাৰ (talk) 14:24, 16 আগষ্ট 2012 (UTC)
"এলেন টিউৰিং" ৰখাই ভাল নেকি। কাৰণ মই আজিলৈকে যাৰেই মুখত শুনিছোঁ সকলোকে তেনেকৈয়ে কোৱা শুনিছোঁ। প্রভাকৰ শৰ্মা নেওগ (talk) 02:38, 20 আগষ্ট 2012 (UTC)
আৰু কেইটামান উৎস (ইউটিউবত টুৰিং বিষয়ক কেইটামান অনুষ্ঠান) চাই মোৰ লাগিছে, আচলতে টিউৰিং বা টুৰিং নহয়, "ট্যুৰিং" লিখিলেহে আটাইতকৈ শুদ্ধ উচ্চাৰণৰ ওচৰ চাপে। "ট্যুৰিং" কৰিয়েই লিখোঁ নেকি? নে কি কয়?উদ্দীপতালুকদাৰ (talk) 05:55, 20 আগষ্ট 2012 (UTC)
সমৰ্থন জনালোঁ। প্রভাকৰ শৰ্মা নেওগ (talk) 07:08, 20 আগষ্ট 2012 (UTC)