বাৰ্তা:খ'চলা কা ঘ'চলা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

মোৰ মতে হিন্দী নামটোৰ লগত মিলা অসমীয়া উচ্চাৰণ হ'ব "খ'চলা কা ঘ'চলা"। খ'চলা আৰু খোচলাৰ উচ্চাৰণ সম্পূৰ্ণ বেলেগ হ'ব। — গীতাৰ্থ বৰদলৈ (talk) 18:35, 21 নৱেম্বৰ 2012 (UTC)

আচলতে মই উচ্চাৰণটো পাহৰিলো। নতুন পৃষ্ঠা এটা সৃষ্টি কৰি পুনর্নিদেশ কৰা উচিত হ'ব নে কি?আৰু চিত্র খনো নাই অহা :( Nayanjyoti sarma (talk) 03:49, 22 নৱেম্বৰ 2012 (UTC)

নতুন পৃষ্ঠা সৃষ্টি কৰিব নালাগে। এইখন স্থানান্তৰ কৰি দিম ৰ'ব। ছবিখন ইং ৱিকিত আপল'ড হৈ থকা বাবে ইয়ালৈ অহা নাই। ইয়াত বেলেগকৈ আপল'ড কৰিব লাগিব। কমন্সত থকা ছবিৰহে লিংক দিলেই আহি যায়। — গীতাৰ্থ বৰদলৈ (talk) 08:35, 22 নৱেম্বৰ 2012 (UTC)

ধন্যবাদ:-) Nayanjyoti sarma (talk) 15:39, 23 নৱেম্বৰ 2012 (UTC)