বাৰ্তা:গণৰাজ্য দিৱস (ভাৰত)

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা
(বাৰ্তা:গণতন্ত্ৰ দিৱস (ভাৰত)ৰ পৰা পুনঃনিৰ্দেশিত)

অংকন ডেকা ডাঙৰীয়া, অসমীয়া ৱিকিপিডিয়াৰ প্ৰতি আপোনাৰ মনোভাৱ শলাগিবলগীয়া। কিন্তু বাৰে বাৰে বাৰ্তা দিয়াৰ পিছতো তিনিশাৰীৰ প্ৰবন্ধ এটা লিখাৰ অৰ্থ কি? আকৌ কৈছোঁ, সংখ্যাৰ লগতে গুণগত মানো অসমীয়া ৱিকিপিডিয়াত গুৰুত্বপূৰ্ণ। — গীতাৰ্থ বৰদলৈ (talk) 17:22, 26 জানুৱাৰী 2013 (UTC)

মচিবলগীয়া পৃষ্ঠা[সম্পাদনা কৰক]

যিহেতু "স্বাধীনতা দিৱস (ভাৰত)" নামৰ আন এখন পৃষ্ঠা আছে সেয়ে এই পৃষ্ঠাখনত 'ডিলিট টেগ্' লগাবলৈ প্ৰসাশকক অনুৰোধ জনালো। সম্পাদনা কম হোৱা বাবে মই মচিব পৰা নাই। Jyoti Prakash Nath (talk) 14:45, 26 ছেপ্টেম্বৰ 2013 (UTC)

স্বাধীনতা দিৱস (Independence day) আৰু গণতন্ত্ৰ দিৱস (Republic day) দুটা বেলেগ বেলেগ দিৱস। সেয়ে সেইটো যুক্তিৰে "ডিলিট" টেগ লগাব পৰা নাযাব নেকি! প্ৰণৱজ্যোতি ভুঞা প্ৰণৱ জ্যোতি ভূঞা 17:13, 26 ছেপ্টেম্বৰ 2013 (UTC)
অ' জ্যোতি, স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস একে নহয়!! — গীতাৰ্থ বৰদলৈ (talk) 19:16, 26 ছেপ্টেম্বৰ 2013 (UTC)
হয় ক্ষমা কৰিব, মোৰ ভুল হ'ল। দৌৰা দৌৰিত থকা বাবে কথাটোত খেলি মেলি হৈ গ'ল। Jyoti Prakash Nath (talk) 08:09, 27 ছেপ্টেম্বৰ 2013 (UTC)