বাৰ্তা:চলচ্চিত্ৰ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

চলচিত্ৰ নে চলচ্চিত্ৰ শুদ্ধ বাৰু? xobdo.org ত চলচিত্ৰ হিচাপে পাইছো। ---প্ৰণৱ জ্যোতি ভূঞা (talk) 08:10, 18 ডিচেম্বৰ 2013 (UTC)

'চলচ্চিত্ৰ' শুদ্ধ, 'চলচিত্ৰ' ভুল। তাত শুদ্ধ কৰিবলৈ আবেদন জনাই দিয়া। — গীতাৰ্থ বৰদলৈ (talk) 14:10, 18 ডিচেম্বৰ 2013 (UTC)