বাৰ্তা:জন গণ মন

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

I think the name of this article should be only জন গণ মন. The national anthem of India is called Jana Gana Mana, not Jana gana mana adhināyaka jaya he.--অম্লান বসুমতাৰী (talk) 16:00, 25 জুন 2012 (UTC)

শুদ্ধ যুক্তি| কৰিব পাৰি | কিন্তু নামটো খৰা খৰা লাগিব নেকি তেতিয়া? বিষ্ণু শ‍ইকীয়া বাৰ্তা 16:31, 25 জুন 2012 (UTC)
শুদ্ধ নামতো দিলে ভাল হয়। "জন গণ মন অধিনায়ক জয় হে"-ৰ পৰা "জন গণ মন"-লৈ redirect কৰি দিলেই হ'ল। --অম্লান বসুমতাৰী (talk) 03:21, 26 জুন 2012 (UTC)
"জন গণ মন" ইজ্‌ দা কৰেক্ট টাইটল! — গীতাৰ্থ বৰদলৈ (talk)
কৰি দিলো| বিষ্ণু শ‍ইকীয়া বাৰ্তা 11:02, 26 জুন 2012 (UTC)

ভালদৰে লিখাৰ প্ৰয়োজন[সম্পাদনা কৰক]

বানান, তথ্যৰ উৎসৰ উল্লেখ আদি চাবলগীয়া আছে। প্রভাকৰ শৰ্মা নেওগ (talk) 23:18, 17 অক্টোবৰ 2013 (UTC)