বাৰ্তা:ত্বৰণ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

চিহ্নৰ ব্যৱহাৰৰ ওপৰত টোকা[সম্পাদনা কৰক]

সংলগ্ন সূত্ৰ আৰু সমীকৰণৰ লগতে ব্যৱহৃত চিহ্নই কি নিৰ্দেশ কৰি উল্লেখ কৰি যোৱা ভাল হ'ব। যেনে, F, m, a য়ে কি সূচায়, তলতে লিখাৰ ব্যৱস্থা কৰিব পাৰিলে ভাল হয়। পঢ়ুৱৈয়ৈ তেতিয়া আন প্ৰৱন্ধলৈ নোযোৱাকৈ কথাখিনি বুজিব পাৰিব। উদ্দীপতালুকদাৰ 09:13, 9 ফেব্ৰুৱাৰী 2012 (UTC)