বাৰ্তা:দ্য ইমৰ্টেলছ অফ মেলুহা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়াত the-শব্দটো 'দা' এনেকৈ লিখিব লাগে বুলি ভাৱো৷ 'দ্য' - এইটো বাংলা শৈলী৷ তদোপৰি অসমীয়াত 'চ' আৰু 'ছ'-ৰ উচ্চাৰণৰ কোনো পাৰ্থক্য নাই৷ গতিকে এই প্ৰবন্ধৰ শিৰুনামা এনে হোৱা উচিত - দা ইমৰ্টেলচ অফ মেলুহা বিক্ৰম৯৮ 02:48, 11 ডিচেম্বৰ 2013 (UTC)