বাৰ্তা:নগাঁও জিলা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

নগাওঁ প্ৰবন্ধটিত ---কেইটামান সালসলনি কৰিব লগা আছে, যেনে-১) মুঠ জনসংখ্যা-২৮,২৬,০০৬ , তাৰে পুৰুষ-১৪,৪০,৩০৭ জন আৰু মহিলা-১৩,৮৫,৬৯৯ গৰাকী হৱ লাগে ২০১১ চনৰ তথ্য মতে। ২) সেইদৰে মাটিকালি হব লাগে-মুঠ ৩৯৭৩ বৰ্গ কিলোমিটাৰ, নিতুল বৰা, নগাওঁ।

ভুলবোৰ উপযুক্ত উদ্ধৃতি প্ৰদান কৰি আপুনিয়েই শুদ্ধৰাই দিব পাৰিব| অনুগ্ৰহ কৰি এইখন এবাৰ চাই লয় যেন ৱিকিপিডিয়া:সহায়িকা/উদ্ধৃতি বিষ্ণু শ‍ইকীয়া বাৰ্তা