বাৰ্তা:পশ্চিমবংগ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা
(বাৰ্তা:পশ্চিমবঙ্গৰ পৰা পুনঃনিৰ্দেশিত)

মই ভাবো, প্ৰবন্ধটো তলত দিয়া ধৰণে লিখিলে ভাল হ'ব:

... প্ৰাচীন কালৰপৰা আৰম্ভ কৰি পলাশী যুদ্ধলৈকে থুলমূলকৈ...বৈষ্ণব আন্দোলন,শ্ৰী চৈতন্য....


ইষ্ট ইণ্ডিয়া কোম্পানীৰ সময়[সম্পাদনা কৰক]

আচলতে পশ্চিমবংগৰ ইতিহাস বুলি এটা বেলেগ প্ৰবন্ধই লিখিব পাৰি। কোম্পানীৰ সময়টো পশ্চিমবংগৰ সোণালি যুগ। ভাৰতীয় জাতীয় চেতনাৰ উন্মেষ ঘটিছিল ইয়াতে। এই কথাটোৰ বিশেষ গুৰুত্ব আছে।

কলিকতাৰ স্থাপন আৰু ইয়াৰ ঐতিহাসিক গুৰুত্ব[সম্পাদনা কৰক]

..... পশ্চিমীয়া শিক্ষাৰ প্ৰসাৰ, প্ৰগতিকামী চিন্তাৰ উত্থান ... ব্ৰা্হ্মসমাজ.....স্বামী বিবেকানন্দ.....ঋষি অৰবিন্দ....শৰৎচন্দ্ৰ

..... কলেৰা মহামাৰী.....

= ব্ৰিটিছ ৰাজ আৰু ভাৰতৰ স্বাধীনতা আন্দোলন[সম্পাদনা কৰক]

জাতীয় চেতনাৰ উত্থান

....বংকিমচন্দ্ৰ, ৰবিন্দ্ৰনাথ......

....লাল-বাল-পাল.....

....সুভাস বসু....

..... দুৰ্ভিক্ষ .....

.... গ্ৰুপিং আৰু বংগভংগ .....অসম বাংলাদেশৰ লগত চামিল কৰাৰ কথা আছিল, গোপীনাথ বৰদলৈয়ে নিদিলে....

==== দেশ বিভাজন আৰু স্বাধীনতা-উত্তৰ কাল ....


...... নোৱাখালি, মহাত্মা গান্ধীৰ অনশন, তিনবিঘা কৰিড'ৰ ....


বাংলাদেশৰ মুক্তিযুদ্ধ[সম্পাদনা কৰক]

..............বাংলাদেশীয় প্ৰব্ৰজন ...... (বাংলাদেশী সমস্যা আচলতে ইয়াত অসমতকৈও বেচি। )


প্ৰভাকৰ শৰ্মা নেওগ 00:23, 9 ডিচেম্বৰ 2011 (UTC)