বাৰ্তা:প্ৰচলিত মুদ্ৰা (চলাৰ্থ)

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

চাংমাই চাহাব, এই প্ৰবন্ধটো আৰু মূলধন (অৰ্থনীতি)টো অলপ বহলাবলৈ নাপাহৰিব! -- গীতাৰ্থ বৰদলৈ (talk) 09:54, 22 মাৰ্চ 2012 (UTC)

এনেধৰণৰ অনুবাদ জীৱনত এয়ে প্ৰথম। কিবা ভুল-ভ্ৰান্তি থাকিলে আঙুলিয়াই দিয়ে যেন, অথবা শুধৰাই দিলে কৃতাৰ্থ হ'ম। মাজে-সময়ে আহি লিখি থাকিম। :)

ভাল হৈছে প্ৰবন্ধটো| তথ্যসূত্ৰ কেইটামান দিব পাৰিলে আৰু ভাল হয়| সময় পালে লিখি থাকিবা বুলি আশা থাকিল| বিষ্ণু শ‍ইকীয়া বাৰ্তা 12:32, 23 মাৰ্চ 2012 (UTC)

মুদ্ৰা=money, টকা=Rupee, গতিকে কাগজীমুদ্ৰা=paper moneyক কাগজী টকা বুলিলে ভুল হ'ব।টকা ভাৰতীয় মুদ্ৰাৰ নামহে।বাংলাদেশৰ মুদ্ৰাৰ নাম যেনেকৈ টাকা। দ্বিজেন মহন্ত সংবাদ